JOBS IN ASSAM: LATEST JOB VACANCY

Get the news on the latest job vacancies in Assam both in the Govt. and Private sectors. Keep in touch regularly with us. We collected the news on the latest job vacancies from authentic sources. Besides Jobs in Assam, Assam Study Centre is a premier website for Career, Classroom Solution for H.S.L.C., Higher Secondary (AHSEC), Daily Current Affairs, Daily G.K., and even for other classes. We try to give all the information to the readers in the Assamese Language so that readers can easily understand.

অসমীয়াত Jobs in Assam

Assam Study Centre ৰ যোগেদি অসম তথা ভাৰতৰ বিভিন্ন খণ্ডত খালী হোৱা চাকৰিবিলাকৰ নিয়মীয়া খবৰ দি থকা হয়। চৰকাৰী আৰু বেচৰকাৰী দুয়োটা খণ্ডত খালী হোৱা পদৰ বিষয়ে অসমীয়া ভাষাত সহজকৈ চাকৰি প্রার্থীসকলৰ বাবে আগবঢ়োৱা হয়। এই তথ্য সমূহ সম্পূর্ণ নির্ভৰযোগ্য সুত্র আৰু বিভাগীয় বিজ্ঞাপনৰ আধাৰত আগবঢ়াই থকা হৈছে । তদুপৰি Assam Study Centre ৰ যোগেদি প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে দৈনিক কাৰেণ্ট এফেয়ার্চ, সাধাৰণ জ্ঞান, কেৰিয়াৰ আদিৰ ওপৰত আলোচনা কৰা হয়। সেইদৰে হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিকৰ দুয়োটা বর্ষৰ বাবে পাঠসমূহৰ সমল ছাত্র-ছাত্রীসকলে ইয়াত লাভ কৰিব পাৰিব।

Jobs in Assam ৰ নিয়মীয়া আপডেট

আপুনি যদি jobs in assam ৰ নিয়মীয়া আপডেট পাই থাকিব বিচাৰে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

error: Warning, you aare not allowed to copy this element