Join Assam Study Centre Channel

Indian Polity and Constitution of India – Questions 91- 120

৯১) ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগ গঠন হয় –

ক) ১৯৯০ চনত

খ) ১৯৯৩ চনত

গ) ১৯৯৫ চনত

ঘ) ১৯৯৭ চনত

=  ১৯৯৩ চনত

 

৯২) ৰাষ্ট্রীয় মানব অধিকাৰ আয়োগ হৈছে এক-

ক) স্বায়ত্ব শাসিত অনুষ্ঠান

খ) সাংবিধানিক অনুষ্ঠান

গ) সংবিধান বহিভূত অনুষ্ঠান

ঘ) এটাও নহয়

= স্বায়তে শাসিত অনুষ্ঠান

 

৯৩) ৰাষ্ট্রীয় মানব অধিকাৰ আয়োগৰ চেয়াৰমেন কোন হব পাৰে ?

ক) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

খ) উচ্চতম ন্যায়ালয়ৰ যিকোনো এজন ন্যায়াধীশ

গ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

ঘ) লোক সভাৰ যিকোনো এজন সদস্য

= উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

 

৯৪) কেগ ( Comptroller and Auditor General of India) ক কোনে মনোনীত কৰে ?

ক) ৰাষ্ট্রপতিয়ে

খ) উপ-ৰাষ্ট্রপতিয়ে

গ) প্রধানমন্ত্রীয়ে

ঘ) মুখ্য ন্যায়াধীশে

= প্রধানমন্ত্রীয়ে

 

৯৫) ভাৰতৰ প্রথম কেগ কোন আছিল ?

ক) এ কে চন্দ্রা

খ)  এ কে ৰয়

গ) এচ ৰংগনাথন

ঘ) ভি নৰহৰি ৰাও

= ভি নৰহৰি ৰাও

 

৯৬) সংসদত অধিকত্‌ম Public Accounts Committee  কিমান থাকিব পাৰে ?

ক) ১০ খন

খ) ১২ খন

গ) ২২ খন

ঘ) ২৫ খন

= ২২ খন

 

৯৭) Public Accounts Committee ৰ চেয়াৰমেনক কোনে নিযুক্তি দিয়ে ?

ক) লোকসভাৰ অধ্যক্ষই

খ) ৰাষ্ট্রপতিয়ে

গ) ম্যখ্য ন্যায়াধীশে

ঘ) ৰাজ্য সভাৰ অধ্যক্ষই

= লোকসভাৰ অধ্যক্ষই

 

৯৮) ভাৰতৰ ২৮ তম্‌ ৰাজ্য কোনখন ?

ক) উত্তৰাখণ্ড

খ) গোৱা

গ) ঝাৰখণ্ড

ঘ) চট্টীশগড়

= ঝাৰখণ্ড

 

৯৯) কাৰ অনুমতি লৈ এখন অর্থবিল সংসদত উত্থাপন কৰা হয় ?

ক) প্রধানমন্ত্রী

খ) ৰাষ্ট্রপতি

গ) লোকসভাৰ অধ্যক্ষৰ

ঘ) বিত্ত মন্ত্রী

= ৰাষ্ট্রপতি

 

১০০) ভাৰতৰ একমাত্র লোকসভাৰ অধ্যক্ষ যি পাছলৈ ৰাষ্ট্রপতিৰ পদত অধিষ্ঠিত হৈছিল –

ক) ভি ভি গিৰি

খ) জেইল সিং

গ) নীলম সঞ্জীব ৰেড্ডী

ঘ) ৰাধাকৃষ্ণন

= নীলম সঞ্জীব ৰেড্ডী

 

১০১) ১৯৭৫ চনৰ জৰুৰীকালীন অবস্থা সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত প্রয়োগ কৰা হৈছিল ?

ক) ৩৭৫

খ) ২৪২

গ) ৩২০

ঘ) ৩৫২

= ৩৫২

 

১০২) ভাৰতৰ “লুক ইষ্ট পলিচী” কোনজন প্রধানমন্ত্রীৰ সময়ত আৰম্ভ হৈছিল ?

ক) ৰাজীব গান্ধী

খ) নৰিসিংহ ৰাও

গ) অটল বিহাৰী বাজপেয়ী

ঘ) মনমোহন সিং

= নৰসিংহ ৰাও

 

১০৩) “জীৱনৰ অধিকাৰ” ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে নাগৰিকক প্রদান কৰিছে ?

ক) ১৬

খ) ২১

গ) ২৬

ঘ) ৩৬

= ২১

 

১০৪)  ভাৰতীয় সংবিধান সংশোধন কৰা হয় –

ক) ২৫৬ নং অনুচ্ছেদ মতে

খ) ৩২৪ নং অনুচ্ছেদ মতে

গ) ৩৫২ নং অনুচ্ছেদ মতে

ঘ) ৩৬৮ নং অনুচ্ছেদ মতে

=  ৩৬৮ নং অনুচ্ছেদ মতে

 

১০৫) সংবিধানৰ ১২ নং অনুসুচীয়ে নগৰ অঞ্চলৰ স্বায়ত্ব শাসনৰ বাবে কিমানটা কার্যৰ বিষয়ে উল্লেখ কৰিছে ?

ক)  ১২

খ) ১৪

গ) ১৬

ঘ) ১৮

= ১৮

 

১০৬) ভাৰতে কোনখন দেশৰ পৰা ৰাষ্ট্র পৰিচালনাৰ নির্দেশাত্মক নীতিসমুহ অনুসৰণ কৰিছে ?

ক) ইংলণ্ড

খ) আমেৰিকা

গ) আয়াৰলেণ্ড

ঘ) জার্মানী

= আয়াৰলেণ্ড

 

১০৭) সংবিধানৰ ষষ্ঠ অনুসুচীত তলৰ কোনখন ৰাজ্যক অন্যভুক্ত কৰা নাই ?

ক) অসম

খ) মেঘালয়

গ) ত্রিপুৰা

ঘ) নাগালেণ্ড

= নাগালেণ্ড

 

১০৮) তলৰ কোনটো এক সংবিধান বর্হিভূত অনুষ্ঠান ?

ক) পৰিককল্পনা আয়োগ

খ) SC আৰু ST আয়োগ

গ) বিত্তীয় আয়োগ

ঘ) আন্তঃৰাজ্যিক পৰিষদ

= পৰিকল্পনা আয়োগ

 

১০৯) সাধাৰণতে তলৰ কোনখন সমিতিৰ চেয়াৰমেনজন বিৰোধী দলৰ হয় ?

ক) Public Undertaking Committee

খ) Assurances Committee

গ) Estimates Committee

ঘ) Public Accounts Committee

 = Public Accounts Committee

 

১১০) সংবিধানৰ কোনটো অংশত ৰাষ্ট্র পৰিচালনাৰ নির্দেশাত্মক নীতিসমুহৰ বিষয়ে উল্লেখ আছে ?

ক) ১

খ) ২

গ) ৩

ঘ) ৪

= ৪

 

১১১) তলৰ কোনটো ৰাজ্যিক তালিকাৰ বিষয় নহয় ?

ক) অপৰাধীৰ বিচাৰকৰণৰ আইন

খ) পুলিচ

গ) আইন শৃংখলা

ঘ) জেল

= অপৰাধীৰ বিচাৰকৰণৰ আইন

 

১১২) তলৰ কোনটো ৰাষ্ট্র পৰিচালনাৰ নির্দেশাত্মক নীতিৰ অন্তভূক্ত নহয় ?

ক) শোষণৰ বিৰুদ্ধে অধিকাৰ

খ) কর্মৰ অধিকাৰ

গ) শিক্ষাৰ অধিকাৰ

ঘ) নিবনুৱা সংস্থাপনৰ অধিকাৰ

= শোষণৰ বিৰুদ্ধে অধিকাৰ

 

১১৩) তলৰ কোনটো শব্দ ভাৰতীয় সংবিধানত আৰম্ভণিতে নাছিল ?

ক) সার্বভৌম

খ) সমাজবাদী

গ) ধর্মনিৰপেক্ষ

ঘ) গণৰাজ্য

= সমাজবাদী

 

১১৪) ৰাষ্ট্রপতিৰ পদ খালী হলে কিমান দিনৰ ভিতৰত পুৰণ কৰিব লাগে ?

ক) ১ মাহ

খ) ৩ মাহ

গ) ৬ মাহ

ঘ) ১ বছৰ

= ৬ মাহ

 

১১৫) কিমান চনত নির্বাচনী আয়োগৰ সদস্যৰ সংখ্যা ৩ জনীয়া কৰা হয় ?

ক) ১৯৮৯

খ) ১৯৯০

গ) ১৯৯১

ঘ) ১৯৯৩

= ১৯৮৯

 

১১৬) চেয়াৰমেনকে ধৰি ভাৰতৰ সংবিধান ৰচনাৰ লগত জড়িত খচৰা সমিতিৰ মুঠ সদস্য সংখ্যা কিমান আছিল ?

ক) ৬

খ) ৭

গ) ৮

ঘ) ৯

= ৭

 

১১৭) এখন বিল অর্থ বিল হয়নে নহয় তাক কোনে প্রমাণ কৰিব লাগে ?

ক) বিত্ত মন্ত্রীয়ে

খ) লোকসভাৰ অধ্যক্ষই

গ) প্রধানমন্রীয়ে

ঘ) এজনেও নহয়

= লোকসভাৰ অধ্যক্ষই

 

১১৮) ৰাজ্যসভাৰ মুঠ মনোনীত সদস্যৰ সংখ্যা হৈছে –

ক) ৮

খ) ১০

গ) ১২

ঘ) ১৬

 

১১৯) ২০১৯ চনৰ জুন মাহলৈকে ভাৰতৰ সংবিধান কিমানবাৰ সংশোধন কৰা হৈছে ?

ক) ১০০

খ) ১২০

গ) ১২৪

ঘ) ১৩১

= ১২৪

 

১২০) ভাৰতৰ সংবিধান সংশোধন প্রথম কৰা হৈছিল –

ক) ১৯৫১

খ) ১৯৫৫

গ) ১৯৬২

ঘ) ১৯৭১

= ১৯৫১

Leave a Comment

error: Warning, you aare not allowed to copy this element