Join Assam Study Centre Channel

Indian Polity and Constitution of India – Questions 61 – 90

৬১) নীতি আয়োগৰ অধ্যক্ষ কোন ?

ক) প্রধানমন্ত্রী

খ) বিত্ত মন্ত্রী

গ) ৰাষ্ট্রপতি

ঘ) এটাও শুদ্ধ নহয়

= প্রধানমন্ত্রী

৬২) মৌলিক অধিকাৰৰ ধাৰণাটো ভাৰতীয় সংবিধানত কোনখন দেশৰ পৰা অনুসৰণ কৰি গ্রহণ কৰা হৈছে ?

ক) ইংলণ্ড

খ) ফ্রান্স

গ) আমেৰিকা

= আমেৰিকা

৬৩) মুখ্য নির্বাচনী বিষয়াক কোনে নিযুক্তি দিয়ে ?

ক) প্রধানমন্ত্রী

খ) উপ-ৰাষ্ট্রপতি

গ) মুখ্য ন্যায়াধীশে

ঘ) ৰাষ্ট্রপতিয়ে

= ৰাষ্ট্রপতিয়ে

৬৪) ভাৰতৰ প্রথম মুখ্য নির্বাচনী বিষয়া কোন আছিল ?

ক) ভি এচ ৰামদেবী

খ) কল্যাণ সুন্দৰম

গ) সুকুমাৰ সেন

ঘ) টি এন চেচান

= সুকুমাৰ সেন

৬৫) ভাৰতৰ লোকসভাৰ প্রথম মহিলা অধ্যক্ষ কোন আছিল ?

ক) প্রতিভা পাটিল

খ) উর্মিলা সিং

গ) মীৰা কুমাৰ

ঘ) সৰোজনী নাইডু

= মীৰা কুমাৰ

৬৬) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্রপতিক এখন ৰাজ্যত জৰুৰীকালীন ক্ষমতা প্রদান কৰিছে ?

ক) ৬৬

খ) ১১২

গ) ২২৩

ঘ) ৩৫৬

= ৩৫৬

৬৭) ভাৰতত প্রথম ৰাষ্ট্রপতিৰ শাসন কোনখন ৰাজ্যত প্রয়োগ কৰা হৈছিল ?

ক) অন্ধ্র প্রদেশ

খ) বিহাৰ

গ) অসম

ঘ) অৰুণাচল প্রদেশ

= অন্ধ্র প্রদেশ

৬৮) ৰাষ্ট্রপতিৰ জৰুৰীকালীন ক্ষমতা প্রাথমিক পর্যায়ত কিমান সময়ৰ বাবে প্রয়োগ হয় ?

ক) ৬ মাহ

খ) ১ বছৰ

গ) ২  বছৰ

ঘ) ৩ বছৰ

= ৬ মাহ

৬৯) ৰাজ্যৰ ৰাজ্যপালৰ বাবে নুন্যতম কিমান বছৰ হ’ব লাগে ?

ক) ২৫ বছৰ

খ) ২৮ বছৰ

গ) ৩৫ বছৰ

ঘ) ৪০ বছৰ

= ৩৫ বছৰ

৭০) কার্যকালৰ সময়ত যদি ৰাষ্ট্রপতিৰ মৃত্যু হয় তেন্তে উপ-ৰাষ্ট্রপতিয়ে কিমান দিনৰ বাবে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিব পাৰে ?

ক) ৩ বছৰ

খ) ২ বছৰ

গ) ১ বছৰ

ঘ) ৬ মাহ

=৬ মাহ

৭১) প্রত্যেক বছৰে কেন্দ্রীয় বাজেট সংসদত উত্থাপন কৰা হয়-

ক) ফেব্রুৱাৰী মাহৰ শেষৰ দিনটোত

খ) ১ মার্চত

গ) ১ ফেব্রুৱৰীত

ঘ) ১৫ মার্চত

=  ১  ফেব্রুৱাৰীত

৭২) এখন ৰাজ্যৰ বিধানসভাৰ নির্বাচিত প্রতিনিধিৰ সংখ্যা অধিকত্‌ম কিমান হব পাৰে ?

ক) ৩৫০

খ) ৫০০

গ) ৩৮০

ঘ) ৬৫০

= ৫০০ জন

৭৩) বিধানসভা গঠনৰ বাবে নুন্যতম কিমানজন প্রতিনিধিৰ আৱশ্যক ?

ক) ১৫

খ) ৩০

গ) ৪৫

ঘ) ৬০

= ৬০ জন

৭৪) কোনখন ৰাজ্যৰ বিধানসভাৰ আটাইতকৈ বেছি সদস্য আছে ?

ক) বিহাৰ

খ) অন্ধ্রপ্রদেশ

গ) তামিলনাডু

ঘ) উত্তৰ প্রদেশ

= উত্তৰ প্রদেশ

৭৫) পঞ্চবার্ষিক পৰিকল্পনাৰ ধাৰণাটো ভাৰতে কাৰ পৰা গ্রহণ কৰিছিল ?

ক) ছোভিয়েট ইউনিয়ন

খ) আমেৰিকা

গ) ইংলণ্ড

ঘ) আয়াৰলেণ্ড

= ছোভিয়েট ইউনিয়ন

৭৬) সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰিছিল ?

= ১২১

খ) ২৭৪

গ) ৩৭০

ঘ) ৩৯০

= ৩৭০

৭৭) “সমতাৰ অধিকাৰ” সংবিধানৰ কোনটো অনুচ্ছেদে ভাৰতীয় নাগৰিকক প্রদান কৰিছে ?

ক) ১১ নং অনুচ্ছেদ

খ) ১৪ নং অনুচ্ছেদ

গ) ২৯ নং অনুচ্ছেদ

ঘ) ৪২ নং অনুচ্ছেদ

=১৪ নং অনুচ্ছেদে

৭৮) ৰাজ্যিক লোকসেৱা আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে ?

ক) ৰাষ্ট্রপতি

খ) মুখ্য ন্যায়াধীশে

গ) মুখ্যমন্ত্রীয়ে

ঘ) ৰাজ্যপালে

= ৰাজ্যপালে

৭৯) “পঞ্চশীল চুক্তি” ভাৰত আৰু চীনৰ মাজত কিমান চনত হৈছিল ?

ক)  ১৯৫৯

খ) ১৯৫৪

গ) ১৯৪৮

ঘ) ১৯৬৪

= ১৯৫৪ চনত

৮০) “গোষ্ঠী নিৰপেক্ষ” ধাৰণাটো কোনে প্রথম ব্যবফাৰ কৰিছিল ?

ক) নেহেৰু

খ) লাল বাহাদুৰ শাস্ত্রী

গ) মোৰাৰজী দেশাই

ঘ) মহাত্মা গান্ধী

=  নেহেৰু

৮১) ছার্কৰ মুখ্য কার্যালয় ক’ত অবস্থিত ?

ক) দিল্লী

খ) আবু ধাবি

গ) কাঠমাণ্ডু

ঘ) কুৱালালামপুৰ

৮২) ভাৰতিয় সংবিধানৰ মুখ্য স্থপতিবিদ বুলি কাক কোৱা হয় ?

ক) মহাত্মা গান্ধী

খ) নেহেৰু

গ) বি আৰ আম্বেদকাৰ

ঘ) বল্লভ ভাই পেটেল

=  বি আৰ আম্বেদকাৰ

৮৩) সংসদৰ যুটীয়া অধিবেশনত কোনে সভাপতিত্ব কৰে ?

ক) লোকসভাৰ অধ্যক্ষই

খ) লোক সভাৰ উপাধ্যক্ষই

গ) ৰাষ্ট্রপতিয়ে

ঘ) উপ-ৰাষ্ট্রপতিয়ে

= লোক সভাৰ অধ্যক্ষই

৮৪) ভাৰতীয় জাতীয় কংগ্রেছ দলৰ বেছি সময় সভাপতি হৈ থকা ব্যক্তজন কোন ?

ক) ইন্দিৰা গান্ধী

খ) নেহেৰু

গ) মহাত্মা গান্ধী

ঘ) চোনীয়া গান্ধী

= চোনীয়া গান্ধী

৮৫) ভাৰতীয় কংগ্রেছ দলৰ প্রথম মুছলীম সভাপতি কোন আছিল ?

ক) আবুল কালাম আজাদ

খ) বদৰুদ্দিন তৈয়বজী

গ) চৈয়দ হাচান ইমাম

ঘ) এটাও শুদ্ধ নহয়

= বদৰুদ্দিন তৈয়বজী

৮৬) ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্রথম ৰাজ্যখনৰ নাম কি ?

ক) মহাৰাষ্ট্র

খ) তামিলনাডু

গ) কর্ণাটক

ঘ) অন্ধ্রপ্রদেশ

৮৭) ১৯৭৫ চনৰ জৰুৰীকালীন সময়ত ভাৰতৰ ৰাষ্ট্রপতি কোন আছিল ?

ক) জ্ঞানী জেইল সিং

খ) ভি ভি গিৰি

গ) ফকৰুদ্দিন আলী আহমেদ

ঘ) শংকৰ দয়াল শর্মা

= ফকৰুদ্দিন আলী আহমেদ

৮৮) যদি ৰাষ্ট্রপতি আৰু উপ-ৰাষ্ট্রপতি দুয়োটা পদ একেসময়তে খালী হয়,  তেন্তে ৰাষ্ট্রপতিৰ পদৰ কাম কাজ কোনে চলাই নিব ?

ক) মুখ্য ন্যায়াধীশে

খ) প্রধানমন্ত্রীয়ে

গ) লোকসভাৰ অধ্যক্ষই

ঘ) সেনাধ্যক্ষই

= মুখ্য ন্যায়াধীশে

৮৯) কিমান চনত চিকিমক ভাৰতত অন্তভুক্ত কৰা হৈছিল ?

ক) ১৯৭২

খ) ১৯৭৫

গ) ১৯৭৭

ঘ) ১৯৮০

= ১৯৭৫

৯০) সংবিধানৰ কোনটো অনুচ্ছেদ মতে কেন্দ্রীয় অসামৰিক আয়োগ গঠন কৰা হৈছে ?

ক) ১২২ নং অনুচ্ছেদ

খ) ১৭৮ নং অনুচ্ছেদ

গ) ২৭২ নং অনুচ্ছেদ

ঘ) ৩১৫ নং অনুচ্ছেদ

=  ৩১৫ নং অনুচ্ছেদ

Leave a Comment

error: Warning, you aare not allowed to copy this element