Join Assam Study Centre Channel

Class 12 Education | Chapter I -Question Answer 2023

HS 2nd Year Education 1st Chapter Notes. Class 12 Education | Chapter I -Question Answer 2023. Here we are providing the study materials of the Education subject as per the syllabus of AHSEC / NCERT for the students o class 12 standard. We cover the complete set of questions along with the answers which may help the students to prepare for the exam. In this article, a set o objective questions are covered.

শুদ্ধ নে অশুদ্ধ লিখা।

 ১) ১৯৬৪-৬৬  চনৰ শিক্ষা আয়োগ স্বাধীন ভাৰতৰ প্রথম শিক্ষা আয়োগ আছিল।

উত্তৰঃ অশুদ্ধ

২) ১৯৮৬  চনৰ শিক্ষানীতি ১৯৯২ চনত পুনৰ বিবেচিত হৈছিল। 

উত্তৰঃ শুদ্ধ

৩) ড˚ লক্ষণস্বামী মুডালিয়াৰৰ নেতৃত্বত মাধ্যমিক শিক্ষা আয়োগ গঠিত হৈছিল।

উত্তৰঃ শুদ্ধ

৪) ১৯৬৪ চনৰ ১ জানুৱাৰীত কোঠাৰী আয়োগ গঠিত হৈছিল।

উত্তৰঃ অশুদ্ধ

৫) ভাৰতীয় শিক্ষা আয়োগে শিক্ষাৰ উৎপাদনমুখিতাত গুৰুত্ব দিছিল। 

উত্তৰঃ শুদ্ধ

৬) নতুন শিক্ষা নীতিত মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণত গুৰুত্ব দিছিল।

উত্তৰঃ শুদ্ধ

৭) “চেলেঞ্জ অব এডুকেচনঃ এ পলিচি পাৰস্পেক্টিভ” কিতাপখন ১৯৬৮ চনৰ শিক্ষানীতিৰ লগত সম্পর্কিত।

উত্তৰঃ অশুদ্ধ

৮) শিক্ষা আয়োগে বিদ্যালয় শিক্ষাক মুল তিনিটা পর্যায়ত ভাগ কৰিছে।

উত্তৰঃ শুদ্ধ

৯) মুডালিয়াৰ আয়োগে প্রথম অধ্যায় প্রতিবেদনত মাধ্যমিক শিক্ষাৰ লক্ষ্যৰ বিষয়ে পৰামৰ্শ আগবঢ়াইছিল। 

উত্তৰঃ অশুদ্ধ

১০) ১৯৬২ চনত অসমৰ মাধ্যমিক শিক্ষা আইন গ্ৰহণ কৰা হয়। 

উত্তৰ: অশুদ্ধ

১১) ১৯৫২ চনত মুডালিয়াৰ আয়োগে প্রতিবেদন প্রস্তুত কৰি দাখিল কৰে। 

উত্তৰঃ অশুদ্ধ

১২) মুডালিয়াৰ আয়োগৰ প্রথম অধ্যায় প্রতিবেদনত মাধ্যমিক শিক্ষাৰ ত্রুটিসমুহৰ বিষয়ে আলোচনা কৰা হৈছে।

উত্তৰঃ অশুদ্ধ।

১৩) মুডালিয়াৰ আয়োগে শিক্ষাৰ লক্ষ্য হিচাপে বৃত্তিমূলক দক্ষতাৰ বিকাশৰ পৰামর্শ দিয়ে। 

উত্তৰঃ শুদ্ধ। 

১৪) কোঠাৰী আয়োগৰ প্রতিবেদনত শিক্ষাৰ মূল উদ্দেশ্যবিলাক ‘Governments’ Policy of education’  নামৰ শিৰোনামত লিপিবদ্ধ।

উত্তৰ: অশুদ্ধ 

১৫) কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ সময় কাল হ’ব লাগে ৩ ৰ পৰা ৪ বছৰ। 

উত্তৰঃ অশুদ্ধ ।

১৬) কোঠাৰী আয়োগৰ মতে সাধাৰণ শিক্ষা আৰু বৃত্তিমূলক শিক্ষা সম্পূর্ণ পৃথক হ’ব লাগে। 

উত্তৰঃ অশুদ্ধ

১৭) নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ১০+২+৩ গাঁথনিটোৰ পৰামৰ্শ দিছিল। 

উত্তৰঃ অশুদ্ধ

১৮) মুডালিয়াৰ আয়োগে বৃত্তিমূলক দক্ষতা বৃদ্ধিক শিক্ষাৰ এটা লক্ষ্য হিচাপে পৰামর্শ দিছিল।

উত্তৰঃ শুদ্ধ।

HS 2nd Year Education 1st Chapter Notes

১৯) মুডালিয়াৰ আয়োগে শিক্ষাৰ ১০+২+৩ সংগঠনৰ পৰামর্শ দিছিল।

উত্তৰঃ অশুদ্ধ।

২০) মুডালিয়াৰ আয়োগ প্রতিবেদনৰ দ্বিতীয় অধ্যায়ত প্রচলিত মাধ্যমিক শিক্ষাৰ দোষসমূহ উল্লেখ কৰা হৈছে।

উত্তৰঃ অশুদ্ধ।

২১) মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষা জীৱনৰ পৰা বিচ্ছিন্ন বুলি আলোচনা কৰিছিল।

উত্তৰঃ শুদ্ধ।

২২) কোঠাৰী আয়োগে নৈতিক মূল্যবোধ সৃষ্টিৰ বাবে শিক্ষাত গুৰুত্ব দিছিল।

উত্তৰঃ শুদ্ধ।

২৩) কোঠাৰী আয়োগৰ মতে প্রাথমিক শিক্ষাৰ কাল ৬ৰ পৰা ৭ বছৰ হ’ব লাগে।

উত্তৰঃ অশুদ্ধ।

২৪) কোঠাৰী আয়োগে ২+ স্তৰৰ ৬০ শতাংশ শিক্ষার্থীক বৃত্তিমূলক শাখালৈ নিয়াৰ পৰামৰ্শ আগবঢ়াইছিল।

উত্তৰঃ অশুদ্ধ।

২৫) নবোদয় বিদ্যালয়ৰ এটা উদ্দেশ্য আছিল জাতীয় সংহতিৰ বিকাশ।

উত্তৰঃ শুদ্ধ।

২৬) জাতীয় শিক্ষানীতিয়ে ‘নম্বৰৰ সলনি গ্রেড’ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ পৰামর্শ দিছিল।

উত্তৰঃ শুদ্ধ।

২৭) জাতীয় শিক্ষানীটিয়ে  বহুমুখী বিদ্যালয় স্থাপনৰ পৰামৰ্শ দিছিল। 

উত্তৰঃ অশুদ্ধ

২৮)  একাদশ শ্ৰেণীযুক্ত মাধ্যমিক বিদ্যালয় মুডালিয়াৰ আয়োগে আৰম্ভ কৰিছিল।

উত্তৰঃ শুদ্ধ।

২৯) অসমত ১২ বছৰীয়া মাধ্যমিক শিক্ষা ১৯৭৫ চনত প্ৰৱৰ্তন কৰা হৈছিল।

উত্তৰঃ অশুদ্ধ। 

৩০) ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ প্রতিবেদনখনৰ শিৰোনাম আছিল— ‘Education and National Development’. 

উত্তৰঃ অশুদ্ধ।

৩১) কোঠাৰী আয়োগৰ মতে স্কুলীয়া শিক্ষাৰ ব্যাপ্তি ১০ বছৰ হোৱা উচিত।

উত্তৰঃ শুদ্ধ।

৩২) স্বাধীনতাৰ আগতে অসমত মাধ্যমিক শিক্ষা কলিকতা বিশ্ববিদ্যালয়ে নিয়ন্ত্রণ কৰিছিল।

উত্তৰঃ শুদ্ধ।

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক বা “টুইটাৰ“ ত আমাক অনুসৰণ কৰক ।

৩৩) শিক্ষকৰ চাকৰিকালীন প্রশিক্ষণ অসম মাধ্যমিক শিক্ষা ব’র্ডৰ এটা কাম।

উত্তৰঃ শুদ্ধ।

৩৪) কোঠাৰী আয়োগে বহুমুখী বিদ্যালয় স্থাপনৰ পৰামর্শ দিছিল।

উত্তৰঃ অশুদ্ধ।

HS 2nd Year Education 1st Chapter Notes

৩৫) ১৯৪৭-৪৮ চনত অসমত হাইস্কুলৰ সংখ্যা আছিল ১৯১ খন।

উত্তৰঃ শুদ্ধ।

৩৬) জাতীয় সংহতিৰ সৃষ্টি নবোদয় বিদ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য।

উত্তৰঃ শুদ্ধ।

খালী ঠাই পূৰণ কৰা

৩৭)  ড° ডি এছ কোঠাৰীৰ পৰিচালনাত শিক্ষা আয়োগ গঠিত হৈছিল___________ 

উত্তৰঃ ১৯৬৪ চনৰ ১৪ জুলাইত

৩৮) প্রাক প্রাথমিক শিক্ষাৰ স্তৰ —– স্তৰৰ পূৰ্বৰ স্তৰ। 

উত্তৰঃ প্রাথমিক

৩৯) প্রাথমিক শিক্ষাৰ উন্নয়নৰ বাবে ১৯৮৬ চনৰ শিক্ষানীতিত গ্ৰহণ কৰা কাৰ্যসূচীৰ নাম হৈছে ________ 

উত্তৰঃ অপাৰেচন ব্লেকবর্ড।

৪০) ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সামগ্রিক পর্যালোচনাৰ বাবে কেন্দ্রীয় চৰকাৰে ১৯৬৪ চনত গঠন কৰা আয়োগৰ সভাপতি আছিল ________ 

উত্তৰঃ ড° ডি এছ কোঠাৰী

৪১) মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল ________ 

উত্তৰ: লক্ষ্মণস্বামী মুডালিয়াৰ

৪২) মুডালিয়াৰ আয়োগ গঠিত হৈছিল________ চনত। 

উত্তৰঃ ১৯৫২-৫৩ চনত।

৪৩) মুডালিয়াৰ আয়োগ ______ নামেৰে পৰিচিত। 

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগ ।

৪৪) “The destiny of India is now being shaped in her classroom.” – এই কথাটো কৈছিল _____

উত্তৰঃ কোঠাৰী আয়োগে  

৪৫) ‘চেলেঞ্জ অব এডুকেচন : এ পলিচি পাৰস্পেক্টিভ’খন জড়িত হৈ আছে ______ 

উত্তৰ: ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত

৪৬) অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠিত হৈছিল ________ 

উত্তৰঃ ১৯৮৪ চনত  

৪৭) কোঠাৰী আয়োগ প্রতিবেদন প্রস্তুত কৰি প্ৰদান কৰা হৈছিল _______ চনত 

উত্তৰঃ ১৯৬৬ চনৰ ২৯ জুনত ।

৪৮) ‘উপাধিক নিয়োগৰ পৰা বিচ্ছিন্ন’ মতামত আগবঢ়াইছিল ______ 

উত্তৰ: ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে

৪৯) NPE কেতিয়া উপস্থাপন কৰা হয় ? 

উত্তৰঃ ১৯৮৬ চনত 

৫০) অসম মাধ্যমিক শিক্ষা আইন গঠিত হৈছিল ____ 

উত্তৰ: ১৯৬১ চনত

৫১) ‘অসম মাধ্যমিক শিক্ষা আইন’ৰ মতে অসম মাধ্যমিক শিক্ষা বর্ড’ৰ সভাপতি হ’ব ____ 

উত্তৰ: শিক্ষাধিকর্তা।

৫২) ‘অসম মাধ্যমিক শিক্ষা ব’র্ডৰ মুখ্য কার্যালয় ____ অৱস্থিত।

উত্তৰঃ গুৱাহাটীত

৫৩) ১৯৬৯-৭০ চনৰ হিচাপ অনুসৰি অসমত বহুমুখী স্কুলৰ সংখ্যা আছিল _____ 

উত্তৰঃ ৭২ খন

৫৪)  মুডালিয়াৰ আয়োগৰ প্ৰতিবেদনখনত ______ অধ্যায় আছে। 

উত্তৰঃ ১৫ টা

৫৫) মুডালিয়াৰ আয়োগৰ তৃতীয় অধ্যায়ত মাধ্যমিক শিক্ষাৰ ____বিষয়ে আলোচনা কৰা হৈছে।

উত্তৰঃ লক্ষ্য আৰু উদ্দেশ্যৰ

HS 2nd Year Education 1st Chapter Notes

৫৬) কোঠাৰী আয়োগৰ মতে প্রথম  বহিঃপৰীক্ষা ______ বছৰীয়া স্কুলীয়া শিক্ষাৰ অন্তত অনুষ্ঠিত হ’ব। 

উত্তৰঃ ১০ বছৰীয়া

৫৭) নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ  পুনৰ বিবেচনা কৰা হয় _______ 

উত্তৰঃ ১৯৯২ চনত

৫৮) কটন কলেজিয়েট স্কুলখনৰ প্রকৃত নাম হ’ল ________ 

উত্তৰঃ গুৱাহাটী ছেমিনাৰী। 

৫৯) অসমৰ প্ৰথম মাধ্যমিক স্কুল স্থাপন হৈছিল ________ 

উত্তৰঃ ১৮৩৫ চনত

৬০) অসমৰ মাধ্যমিক শিক্ষাৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ হস্তান্তৰিত হৈছিল_______ চনত

উত্তৰঃ ১৯৪৮ চনত 

৬১) ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ________ পৰামৰ্শত গঠিত হৈছিল। 

উত্তৰঃ কোঠাৰী আয়োগৰ

৬২) ______আয়োগে উৎপাদনশীলতাক শিক্ষাৰ এক লক্ষ্য হিচাপে পৰামর্শ দিছিল।

উত্তৰঃ কোঠাৰী আয়োগে।

৬৩) ______আয়োগে নেতৃত্বৰ বাবে শিক্ষাক শিক্ষাৰ এক লক্ষ্য হিচাপে পৰামৰ্শ দিছিল।

উত্তৰ:মুডালিয়াৰ আয়োগে।

৬৪) কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষা বিস্তৃতি ______ বছৰ হোৱা উচিত।

উত্তৰঃ চাৰিৰ পৰা পাঁচ।

৬৫) কোঠাৰী আয়োগে ১৯৮৬ চনৰ ভিতৰত নিম্ন মাধ্যমিক স্তৰৰ _____ শতাংশ শিক্ষার্থীয়ে বৃত্তিমূলক বিষয় লোৱাৰ কথা চিন্তা কৰিছিল। 

উত্তৰঃ ২০ শতাংশ।

৬৬) ভাৰতৰ প্ৰথম শিক্ষানীতি _____ চনত গ্ৰহণ কৰা হৈছিল।

উত্তৰ : ১৯৮৬ চনত।

৬৭) মাধ্যমিক শিক্ষা ব’র্ড, অসম _____ আইন মতে স্থাপন কৰা হৈছিল।

উত্তৰঃ মাধ্যমিক শিক্ষা আইন। 

৬৮) কোঠাৰী আয়োগৰ পৰামর্শ মতে প্রথম নামভর্ত্তিৰ নুন্যতম বয়স ______ বছৰ।

উত্তৰঃ ৬ বছৰ

HS 2nd Year Education 1st Chapter Notes

৬৯) ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ সভাপতি কোন আছিল? 

উত্তৰঃ ড° ডি এছ কোঠাৰী

৭০) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্রাথমিক স্তৰৰ শিক্ষাৰ সুযোগ সুবিধা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা আচঁনিৰ নাম কি আছিল? 

উত্তৰঃ অপাৰেচন ব্লেকবর্ড

৭১) কোন শিক্ষা আয়োগে ১০+২+৩ শিক্ষাৰ সংগঠনৰ প্ৰস্তাৱ দাঙি ধৰিছিল? 

উত্তৰঃ কোঠাৰী আয়োগে

৭২) ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগখন কি নামেৰে পৰিচিত?

উত্তৰঃ কোঠাৰী আয়োগ 

৭৩) অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি? 

উত্তৰঃ গুৱাহাটী ছেমিনাৰী।

৭৪) মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত গঠিত প্রথম আয়োগখনৰ নাম কি আছিল? 

উত্তৰ: মুডালিয়াৰ আয়োগ

৭৫) মুডালিয়াৰ আয়োগ গঠনৰ লক্ষ্য কি আছিল? 

উত্তৰঃ মাধ্যমিক শিক্ষাক স্বাৱলম্বী কৰা

৭৬) মুডালিয়াৰ আয়োগে কেতিয়া প্রতিবেদন দাখিল কৰিছিল? 

উত্তৰ: ১৯৫৩ চনত

৭৭) কোন আয়োগে দ্রুত আধুনিকীকৰণৰ পৰামৰ্শ দিছিল? 

উত্তৰঃ কোঠাৰী আয়োগে

HS 2nd Year Education 1st Chapter Notes

৭৮) ‘মাধ্যমিক শিক্ষা বর্ড’ গঠন কৰাৰ উদ্দেশ্য কি আছিল? 

উত্তৰ: মাধ্যমিক শিক্ষাৰ মান উন্নত কৰা

৭৯) মুডালিয়াৰ আয়োগৰ পৰামর্শ অনুযায়ী অসমত কিমান মাধ্যমিক স্কুল উচ্চতৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰ কৰা হয়? 

উত্তৰ : ৬৭ খন

৮০) অসম মাধ্যমিক শিক্ষা আইন কেতিয়া গৃহীত হৈছিল? 

উত্তৰ: ১৯৬১ চনত।

৮১) অসম মাধ্যমিক শিক্ষা বর্ড কেতিয়া গঠিত হৈছিল? 

উত্তৰ: ১৯৬২ চনত

৮২) বৃত্তিমুখীকৰণৰ ক্ষেত্ৰত কোঠাৰী আয়োগৰ নিৰ্ধাৰিত লক্ষ্য কি আছিল? 

উত্তৰঃ ২০ বছৰৰ ভিতৰত দশম শ্রেণীৰ ঊধ্বত শিক্ষার্থীসকলে ৫০% অংশকালীন আৰু পূর্ণকালীন বৃত্তিমুখী শিক্ষা লাভ কৰিব।

৮৩) প্রথম ৰাষ্ট্ৰীয় শিক্ষানীতি (ভাৰতৰ) কেতিয়া গঠন কৰা হৈছিল? 

উত্তৰ : ১৯৬৮ চনত।

৮৪) নবোদয় বিদ্যালয়ৰ যিকোনো এটা উদ্দেশ্য লিখা? 

উত্তৰঃ প্ৰতিভাৰ উৎকর্ষ আৰু উন্নয়ন সাধন কৰা।

৮৫) কটন কলেজিয়েট স্কুলৰ প্রথম প্রধান শিক্ষক কোন আছিল? 

উত্তৰ: এ চিংগাৰ 

Leave a Comment

error: Warning, you aare not allowed to copy this element