The Assam TET Admit Card 2019 has been released by Sarba Siksha Abhiyan (SSA) Assam. Candidates who have applied for the exam can visit SSA’s official website. To download the admit card, candidates will have to login into the website by entering their credentials.
২০১৯ বর্ষত অসম চৰকাৰৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰিবলৈ লোৱা নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ টেট পৰীক্ষাৰ এডমিট কার্ড সর্বশিক্ষা অভিযান, অসমে অনলাইনত মুকলি কৰি দিছে। ইতিমধ্যে যি সকলে এই পৰীক্ষাৰ বাবে আবেদন কৰিছিল, সর্বশিক্ষা অভিযানৰ ৱেবচাইটত (লিংক তলত দিয়া হৈছে) গৈ ডাউনলোড কৰিব পাৰিব।
Already the SSA has postponed the Assam TET 2019 exam from October 20, 2019, the exam to November 10, 2019.
ইতিমধ্যে সর্বশিক্ষা অভিযানে ২০১৯ বর্ষৰ টেট পৰীক্ষা ২০ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ পিছুৱাই দিছিল।