Join Assam Study Centre Channel

MCQ on Indian Polity and Government- Series 24

প্ৰিয় শিক্ষাৰ্থী, আমি আপোনালোকৰ বাবে লোকসভাৰ নির্বাচন আৰু লগতে ভাৰতীয় সংবিধানে বিভিন্ন দেশৰ পৰা ধাৰ কৰা বিষয় সমূহৰ ওপৰত ১০ টা MCQ প্রশ্নোত্তৰৰ এটা ছেট উপস্থাপন কৰিছো। আমাৰ অভিজ্ঞ দলে আপোনাকলৈ বিষয় অনুসৰি প্ৰশ্ন  আগবঢ়াই আহিছে  যাতে আপুনি এটা নিৰ্দিষ্ট ওপৰত সকলো প্ৰাসঙ্গিক প্ৰশ্নৰ সম্পূৰ্ণ ধাৰণা কৰিব পাৰে। GK on Assamese language

GK on Assamese language

তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা

) লোকসভাৰ সদস্য হোৱাৰ নিম্নতম বয়স কিমান?

ক) ৩০ বছৰ

খ)  ১৮ বছৰ

গ)  ২৫ বছৰ

ঘ)  ৩৫ বছৰ

) ১৪ ত্‌ম লোকসভাৰ মুঠ নিৰ্বাচিত সদস্যৰ সংখ্যা কিমান? 

ক) ৫৪৫

খ) ৫৪৩

গ) ৫৫২

ঘ) ৫৫০

) সংবিধানে নিদিষ্ট কৰি দিয়া অনুসৰি লোকসভাৰ সৰ্বাধিক সদস্য সংখ্যা কিমান?

ক) ৫৪৫ জন সদস্য

খ)  ৫৫০ জন সদস্য

গ)  ৫৫২ জন সদস্য

ঘ) ৫৩৫

৪) কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লোকসভালৈ কিমানজন সদস্য নিৰ্বাচিত হয় (সাংবিধানিক বিধান অনুসৰি)

ক) ২০

খ) ২২

গ) ৩০

ঘ) ৩৫

আপুনি যদি আমাৰ এই G.K.Quiz Indian Polityপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

) জৰুৰীকালীন ঘোষণাৰ সময়ত লোকসভাৰ কার্যকাল কিমান সময়ৰ বাবে বৃদ্ধি কৰা হ’ব পাৰে ?

ক) ২.৫ বছৰ

খ)  ১ বছৰ

গ) ১.৫ বছৰ

ঘ)  ৰাষ্ট্ৰপতিৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰিব

)  ভাৰতীয় সংবিধানৰ কোনটো বিশেষত্ব আমেৰিকান সংবিধানৰ পৰা লোৱা হোৱা নাই ?

ক) প্ৰস্তাৱনা

খ) একক নাগৰিকত্ব

গ)  ন্যায়িক সমীক্ষা

ঘ)  মৌলিক অধিকাৰ

৭) সংবিধান সংশোধনৰ প্ৰক্ৰিয়া ভাৰতে ক’ৰ পৰা অনুসৰণ কৰিছের ?

ক) আমেৰিকা

খ) ৰাছিয়া

গ)  দক্ষিণ আফ্ৰিকা

ঘ)  কানাডা

) ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্রীয় ধাৰণাটো ক’ৰ পৰা লোৱা হৈছে ?

ক) আয়াৰলেণ্ড

খ) অষ্ট্ৰেলিয়া

গ)  জাৰ্মানী

ঘ)  কানাডা

১০) কোন দেশৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য অনুসৰণ কৰা হৈছে ?

ক) আমেৰিকা

খ) ৰাছিয়া

গ)  দক্ষিণ আফ্ৰিকা

ঘ)  কানাডা

১০) ভাৰতীয় সংবিধানত জৰুৰীকালীন ব্যৱস্থাৰ ধাৰণা নিম্ন দেশৰ পৰা লোৱা হৈছে –

ক) অষ্ট্ৰেলিয়া

খ)  জাপান

গ)  কানাডা

ঘ)  জাৰ্মানী

উত্তৰসমূহ

১) গ ২) খ   ৩)  গ  ৪) ক  ৫) খ  ৬)  খ   ৭) গ  ৮) ঘ  ৯) খ ১০) ঘ

Leave a Comment

error: Warning, you aare not allowed to copy this element