Join Assam Study Centre Channel

Daily G.K. Series

১) কুটছি নতুন বছৰ কেতিয়া উদ্‌যাপন কৰা হয় ?

ক) উত্তৰায়ণ

খ) বিষ্টু বর্ষ

গ) বিষুৱ সংক্রান্তি

ঘ) আশাধি বীজ

= আশাধি বীজ

 

২) Sangai উৎসৱ ক’ত পালন কৰা হয় ?

ক) অসম

খ) মণিপুৰ

গ) মিজোৰাম

ঘ) নাগালেণ্ড

= মণিপুৰ

 

৩) বিখ্যাত হর্ণবিল মহোৎসৱ উদ্‌যাপন কৰা হয়-

ক) নাগালেণ্ড

খ) মিজোৰাম

গ) অসম

ঘ) মেঘালয়

=নাগালেণ্ড

 

৪) গান্ধাৰ শিল্প শৈলীৰ ক্ষেত্রত তলৰ কোনটো শুদ্ধ নহয় ?

ক) ই গ্রীক কলাক প্রতিফলিত কৰিছে

খ) গান্ধাৰ শিম্প কর্মই ভাৰত-গ্রীক শাসকৰ উদাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল

গ) কলাসুলভাবে গান্ধাৰ শৈলীত পাতল কেকোৰা চুলি, কান্ধ, জোতা, চেণ্ডেলত কাপোৰ আছিল

ঘ) বৌদ্ধ ধর্মক ই প্রাধানকৈ প্রতিফলিত কৰে

=গান্ধাৰ শিম্প কর্মই ভাৰত-গ্রীক শাসকৰ উদাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল

 

৫) ভাৰতীয় Classical সংগীতত গুণ্ডেচা ভাতৃদ্বয় তলৰ কোনটো বিষয়ৰ লগত জড়িত ?

ক) খেয়াল

খ) ঠৰাণা

গ) ধ্রুপদ

ঘ) থুমাৰি

= ধ্রুপদ

 

৬) তলৰ কোনখন নগৰত প্রত্যক বছৰে হস্তী উৎসৱ উদ্‌যাপন কৰা হয় ?

ক) জয়পুৰ

খ) যোধপুৰ

গ) ক’টা

ঘ) আজমীৰ

= জয়পুৰ

 

৭) উত্তৰ পুর্বাঞ্চলৰ কোনটো জনগোষ্ঠীয়ে মেডাম-মে-ফি উদ্‌যাপন কৰে ?

ক) টাই আহোম

খ) দেউৰী

গ) গাৰো

ঘ) খাচী

= টাই আহোম

 

৮ ) আজিৰ তাৰিখৰ গুৰুমুখী, ডোগ্রী আৰু সিন্ধী লিপি তলৰ কোনটো লিপিৰ পৰা সৃষ্টি হৈছে ?

ক) ব্রাহ্মী লিপি

খ) সাৰদা লিপি

গ) তংকাৰী লিপি

ঘ) কুষাণ লিপি

= সাৰদা লিপি

 

৯) Ezhuthachan Puraskaram তলৰ কোনখন চৰকাৰৰ এটা উচ্চ সাহিত্যিক বঁটা ?

ক) কেৰেলা

খ) তামিলনাডু

গ) কর্ণাটক

ঘ) অন্ধ্রপ্রদেশ

=

১০) বাসৱ শ্রী বঁটা (Basava Sri Award) তলৰ কোনখন ৰাজ্যই প্রদান কৰে ?

ক) গুজৰাট

খ) মহাৰাষ্ট্র

গ) অন্ধ্রপ্রদেশ

ঘ) কর্ণাটক

= কর্ণাটক

Leave a Comment

error: Warning, you aare not allowed to copy this element