Join Assam Study Centre Channel

Daily G.K. Series

১) তলত উল্লেখ কৰা ক’ত জৈন ধর্মৰ দ্বিতীয় পৰিষদ অনুষ্ঠিত হৈছিল ?

ক) পাটলিপুত্র

খ) বল্লভী

গ) বৈশালী

ঘ) বৃন্দাবন

= বল্লভী

২) গুৰু নানকৰ জন্ম কেতিয়া হৈছিল ?

ক) ১৪৬৯, ২০ অক্টোবৰ

খ) ১৫৬৯, ২০ অক্টোবৰ

গ) ১৭৭৯, ২০ অক্টোবৰ

ঘ) ১৬৬৯, ২০ অক্টোবৰ

= ১৪৬৯ , ২০ অক্টোবৰ

৩) তলত উল্লেখ কৰা কোনখন দেশক ইটালীয়ান ভাষাত “ক্ষুদ্র ভেনিচ” বুলি কোৱা হয় ?

ক) ভিয়েটনাম

খ) ভেনিজুৱেলা

গ) স্পেইন

ঘ) শ্রী লংকা

= ভেনিজুৱেলা

৪) ২০০১ চনত ভাৰতৰ ৰিজার্ভ বেংকে OSS পদ্ধতি নগৰীয়া কোঅপাৰেটিভ বেংকবিলাকত প্রৱর্তন কৰিছিল । এই OSS ৰ সম্পুর্ণ নাম কি ?

ক) On Site Survellance

খ) Off Site Survellance

গ) Open Survellance System

ঘ) Open Survelliance Scheme

= Off Site Survellance

৫) Rose Revolution তলৰ কোনখন দেশৰ লগত জড়িত ?

ক) ক্রোৱেচিয়া

খ) চাইৰিয়া

গ) জর্জিয়া

ঘ) নাইজেৰিয়া

= জর্জিয়া

৬) বিখ্যাত  Angkor Vat মন্দিৰ দক্ষিণ পুব এছিয়াৰ তলৰ কোনখন দেশত অৱস্থিত ?

ক) থাইলেণ্ড

খ) ফিলিপাইনচ

গ) কম্বোদিয়া

ঘ) ভিয়েটনাম

= কম্বোদিয়া

৭) Compact Disc প্রস্তুত কৰিবৰ বাবে তলৰ কোনটো অতিশয় জৰুৰী ?

ক) PVC

খ) Polyethylene

গ) Polyamides

ঘ) Polycarbonates

= Polycarbonates

৮)  তলৰ কোনটো অঞ্চল এটা চিৰসেউজ অঞ্চল ?

ক) আমাজন

খ) দক্ষিণ-পুব এছিয়া

গ) আফ্রিকা

ঘ) এটাও নহয়

= দক্ষিণ-পুব এছিয়া

৯) “বন্দী জীৱন” তলৰ কোনজনে ৰচনা কৰিছিল ?

ক) চন্দ্র শেখৰ আজাদ

খ) শশীন্দ্র নাথ স্যান্যাল

গ) ৰাস বিহাৰী বসু

ঘ) ভগত সিং

= শশীন্দ্র নাথ সান্যাল

১০) “বিজয় স্তম্ভ” ( Tower of Victory) ৰাজস্থানৰ ক’ত অৱস্থিত ?

ক) আজমীৰ

খ) চিট্টোগড়

গ) জয়পুৰ

ঘ) উদয়পুৰ

= চিট্টোগড়

Leave a Comment

error: Warning, you aare not allowed to copy this element