Join Assam Study Centre Channel

Daily G.K. Series

১) চালুক্য বংশৰ প্রতিষ্ঠাতা কোন আছিল ?
ক) বিষ্ণুবর্ধন
খ) পুলস্ক ১
গ) পুলস্ক ২
ঘ) কীর্তিবর্মন ১
= পুলস্ক ১

২) মানস সৰোবৰৰ পৰা তলত উল্লেখ কৰা কোনখন নৈৰ উৎপত্তি হৈছে ?
ক) বীচ
খ) ঝিলাম
গ) চুটলেজ
ঘ) ৰবি

৩)প্রাচীন সময়ত নামগয়াল শাসনকর্তাই তলৰ কোনখন ৰাজ্য শাসন কৰিছিল ?
ক) অৰুণাচল প্রদেশ
খ) মেঘালয়
গ) নাগালেণ্ড
ঘ) চিকিম
= চিকিম

৪) ভাৰতৰ বিত্তীয় নীতিসমুহৰ উদেশ্যবিলাকৰ ভিতৰত এটা উল্লেখযোগ্য উদেশ্য হৈছে ৰাজহ সংগ্রহ আৰু
ৰাজহৰ খৰচৰ মাজত এক সন্তুলন বজাই ৰখা । এইক্ষেত্রত তলত উল্লেখ কৰা কোনটো এটা
উপায় নহয় ?
ক) খৰচৰ মাত্রা কমাবলৈ চেষ্টা কৰা
খ) ৰাজহ সংগ্রহ বৃদ্ধিৰ বাবে চেষ্টা কৰা
গ) ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানবিলাকৰ পৰা অধিক লাভ অর্জনৰ চেষ্টা কৰা
ঘ) সকলো শুদ্ধ
= সকলো শুদ্ধ

৫) তলত উল্লেখ কৰা কোনজন ভাৰতীয় ক্রিকেটাৰে টি-২০ আন্তঃৰাষ্ট্রীয় খেলত ১০০ খেল অতিক্রম কৰিছে ?
ক) ৰবীন্দ্র জাদেজা
খ) বিৰাট কোহলী
গ) ৰোহিত শর্মা
ঘ) দিনেশ কার্তিক
= ৰোহিত শর্মা

৬) কালাপানীক ভাৰতৰ ৰাজনৈতিক মেপত অন্তভুক্তিৰ ক্ষেত্রত তলৰ কোনখন দেশে প্রতিবাদ কৰিছে ?
ক) পাকিস্থান
খ) ভুটান
গ) নেপাল
ঘ) বাংলাদেশ
= নেপাল

৭) অলপতে মৃত্যু হোৱা বিশিষ্ট কবি নৱ্নীতা সেন তলৰ কোন ভাষাৰ কবি আছিল ?
ক) ওড়িয়া
খ) মাৰাঠী
গ) বেংগলী
ঘ) তামিল
= বেংগলী

৮ ) শ্বেখ খলিফা বিন জায়েদ নায়া তলৰ কোনখন দেশৰ নতুন ৰাষ্ট্রপতি হিচাপে নির্বাচিত হৈছে ?
ক) তুর্কী
খ) আফগানিস্থান
গ) কাজাখাস্তান
ঘ) ইউ এ ই
= ইউ এ ই

৯) ৰাষ্ট্রীয় কেন্সাৰ সজাগতা দিৱস তলৰ কোনজন বিশিষ্ট বিজ্ঞানীৰ জন্মদিন উপলক্ষে উদ্‌যাপন কৰা হয় ?
ক) স্ত্যেন্দ্র নাথ বসু
খ) চি ভি ৰমণ
গ) হৰ গোবিন্দ খোৰাণা
ঘ) মেডাম কুৰি
= মেডাম কুৰি

১০) মিছ এচিয়া ২০১৯ খিতাপ অর্জন কৰা চাৰা ডেমজেনভিক তলৰ কোনখন দেশৰ ?
ক) ফ্রান্স
খ) ভিয়েটনাম
গ) চার্বিয়া
ঘ) স্পেইন
= চার্বিয়া

Leave a Comment

error: Warning, you aare not allowed to copy this element