Join Assam Study Centre Channel

Daily G. K. Series

১) তলত উল্লেখ কৰা কোনটো অনুচ্ছেদে ভাৰতীয় নাগৰিকক সকলো ৰাজহুৱা স্থান ব্যৱহাৰ কৰাৰ অধিকাৰ দিছে ?

ক) অনুচ্ছেদ ১৫(২)

খ) অনুচ্ছেদ ১৬ (২)

গ) অনুচ্ছেদ  ১৭

ঘ) অনুছেদ ১৮

= অনুচ্ছেদ ১৫ (২)

 

২) বর্ণবৈষম্যতাবাদ আঁতৰ কৰাৰ আন্তঃৰাষ্ট্রীয় দিৱস উদ্‌যাপন কৰা হয় –

ক) 20th February

খ) 21st February

গ) 20th March

ঘ) 21st March

= 21st March

 

৩) যদি এটা সমষ্টিত প্রতিদন্দিতা কৰা প্রার্থীৰ সংখ্যা ৬৪ জনতকৈ অধিক হয় তেতিয়া কি হ’ব ?

ক) ৬৪ জনতকৈ অধিক প্রার্থীক অনুমতি নিদিব

খ) পৃথক ই ভি এম ব্যবহাৰ কৰিব

গ) ই ভি এমৰ পৰিবর্তে বেল্ট পেপাৰ ব্যবহাৰ কৰিব

ঘ) এটাও নহয়

= ই ভি এমৰ পৰিবর্তে বেলট পেপাৰ ব্যবহাৰ কৰিব

 

৪) ৰেল বিভাগৰ Saathi প্রজেক্টৰ ক্ষেত্রত-

(১) এই প্রজেক্ট গ্রহণ কৰিছে Railway Stations Development Cooperation Limited এ

(২) ইয়াৰ মুল উদেশ্য হৈছে ৰেল ষ্টেচন সমুহক হাই স্পীড ৱাই ফাই ৰ সুবিধা প্রদান কৰা

ক) কেৱল ১ শুদ্ধ

খ) কেৱল ২ শুদ্ধ

গ) ১ আৰু ২ দুয়োটাই শুদ্ধ

ঘ) এটাও শুদ্ধ নহয়

= কেৱল ২ শুদ্ধ

 

৫) হৃৎপিণ্ডৰ স্পন্দন বিকল হৈ যোৱাৰ সময়ত-

ক) মুখত মুখ দি ভিতৰলৈ বতাহ দিব লাগে

খ) বাহ্যিকভাবে মালিচ দিব লাগে

গ) ঠাণ্ডা পানী পিবলৈ দিব লাগে

ঘ) সম্পুর্ণ বডী মেচেজ দিব লাগে

= মুখত মুখ দি ভিতৰলৈ বতাহ দিব লাগে

 

৬) তলত উল্লেখ কৰা কোনখন দক্ষিণ এছিয়াৰ দেশত কেতিয়াও ইউৰোপীয় শাসন নাছিল ?

ক) থাইলেণ্ড

খ) লাওচ

গ) বার্মা

ঘ) ভিয়েটনাম

= থাইলেণ্ড

 

৭) ফ্রান্সৰ প্রধানমন্ত্রীৰ পদত অধিষ্ঠিত হোৱা একমাত্র মহিলাগৰাকী কোন ?

ক) Élisabeth Guigou

খ) Valérie Pécresse

গ) Édith Cresson

ঘ) Brigitte Le Brethon

=  Édith Cresson

 

৮) ভল্টা নদী প্রজেক্ট তলৰ কোনখন দেশত আছে ?

ক) কেনিয়া

খ) ঘানা

গ) নাইজেৰিয়া

ঘ) কংগো

= ঘানা

 

৯) পৰীক্ষামূলক ভাবে কিমান চনত ভাৰতত ই ভি এম মেছিন নির্বাচনত ব্যবহাৰ কৰা হৈছিল ?

ক) ১৯৮৯-৯০

খ) ১৯৯২-৯৩

গ) ১৯৯৮-৯৯

ঘ) ২০০২-০৩

= ১৯৮৯-৯০

 

১০) তলৰ কোনটো ভিটামিনে আমাক ছাল ফাটি যোৱা অসুখৰ পৰা ৰক্ষা কৰে ?

ক) ভিটামিন B5

খ) ভিটামিন B7

গ) ভিটামিন B3

ঘ) এটাও নহয়

= ভিটামিন B3

Leave a Comment

error: Warning, you aare not allowed to copy this element