আমি Assam Study Centre ৰ তৰফৰ পৰা দৈনিক আমাৰ ইউটিউব চেনেলত সাধাৰণ জ্ঞানৰ বিভিন্ন প্রশ্ন আৰু উত্তৰ সমূহ আগবঢ়াই আহিছো। এই প্রশ্ন সমুহ আপোনালোকে পোনপটীয়াকৈ ডাউনলোড কৰিব পাৰিব । তলত দিয়া লিংকটোত গ’লে এই প্রশ্নসমুহৰ এটা PDF ফাইল ওলাই আহিব। এই ফাইলটো আপোনালোকে নিজৰ মবাইল বা লেপটপ বা ডেস্কটপত ডাউনলোড কৰি লব পাৰিব ।
Here we Assam Study Centre forwarded daily G.K. in Assamese language through our youtube channel. You can directly download the questions and answers by clicking the link given below at this topic. All are in Assamese language in PDF format. Just click the link given below, a PDF file will come out, save it in your Mobile or Laptop or Desktop.