Join Assam Study Centre Channel

Daily G.K. Series

১) Heart ৰ ৰোগীয়ে তলৰ কোনটো এৰি চলিব লাগে ?

ক) প্রটিন

খ) ফেট

গ) ভিটামিন

ঘ) কার্বহাইড্রেট

= ফেট

 

২) ঝাৰখণ্ডত থকা Sindri Fertilizer Plant ত কি উৎপাদন কৰা হয় ?  

ক)  এমনিয়াম ফচফেট

খ) কেলচিয়াম চুপাৰ ফচফেট   

গ) ইউৰিয়া

ঘ) এমনিয়াম চালফেট

= ইউৰিয়া

 

৩) Social Security Group Indurance Scheme তলৰ কোনখন আঁচনিৰ নতুন নাম ?

ক) আম আদমী বীমা যোজনা

খ) জনশ্রী বীমা যোজনা

গ) শিক্ষা সহযোগ যোজনা

ঘ) এটাও নহয়

=  জনশ্রী বীমা যোজনা

 

৪) Mannerheim লাইনে তলৰ কোন দুখন দেশৰ সীমাক পৃথক কৰিছে ?  

ক)   ৰাছিয়া-ফিনলেণ্ড

খ) ফ্রান্স- জার্মানী

গ) ৰাছিয়া-বেলাৰুছ

ঘ) ভাৰত-চীন

= ৰাছিয়া-ফিনলেণ্ড

 

৫) তলত উল্লেখ কৰা কোনে ভাৰতৰ বৈদেশিক নীতি সিদ্ধান্ত লয় ?   

ক) ৰাষ্ট্রপতি

খ) প্রধানমন্ত্রী

গ) সংসদ

ঘ) মন্ত্রীপৰিষদ

= মন্ত্রীপৰিষদ

 

৬) ২০২০ চনৰ গণৰাজ্য দিৱসলৈ কোনখন দেশৰ ৰাষ্ট্রপতিক মুখ্য অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে ?

ক) ইটালী

খ) ব্রাজিল

গ) পর্তুগাল

ঘ) নিউজিলেণ্ড

= ব্রাজিল

 

৭) কাক ভাৰতৰ পর্যটন উন্নয়ণ নিগমৰ নতুন CMD হিচাপে নিযুক্তি দিয়া হৈছে ?

ক) সুধীৰ কুমাৰ

খ) পায়ল শর্মা

গ) কমলা বর্ধন ৰাও

ঘ) কীর্তি পেটেল

= কমলা বর্ধন ৰাও

 

৮) ভাৰত-আমেৰিকাৰ মাজৰ প্রথম প্রজেক্ট Tiger Triumph তলৰ কোনখন ৰাজ্যত আৰম্ভ হৈছে ?

ক) মধ্যপ্রদেশ

খ) অন্ধ্রপ্রদেশ

গ) হিমাচল প্রদেশ

ঘ) উত্তৰপ্রদেশ

= অন্ধ্রপ্রদেশ

 

৯)  ২০১৯ বর্ষৰ বিশ্ব কাবাদী কাপ অনুষ্ঠিত কৰিবলৈ কোনখন ৰাজ্যই সিদ্ধান্ত লৈছে ?

ক) ত্রিপুৰা

খ) কেৰেলা

গ) তামিলনাডু

ঘ) পাঞ্জাব

= পাঞ্জাব

১০) ২০১৯ বর্ষৰ BRICS –Young Innovator পুৰস্কাৰ কোনজন ভাৰতীয় শিক্ষাবিদে লাভ কৰিছে ?

ক) সুনীল ৰাজপুত

খ) ৰভি প্রকাশ

গ) লক্ষ্মী জৈন

ঘ) দীপাংকৰ কুমাৰ

= ৰভি প্রকাশ        

Leave a Comment

error: Warning, you aare not allowed to copy this element