Join Assam Study Centre Channel

Gauhati High Court Recruitment 2022

Gauhati High Court Recruitment 2022 গুৱাহাটী উচ্চ ন্যায়ালয়

কাৰিকৰী সহায়ক (Technical Asistant) আৰু জ্যেষ্ঠ বিকাশকাৰী (Senior Developer)

Gauhati High Court Recruitment 2022

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৫ আৰু ৬ ৰ অধীনত নিৰ্ধাৰিত নীতি অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ভাৰতৰ নাগৰিকৰ পৰা  কাৰিকৰী সহায়ক আৰু জ্যেষ্ঠ বিকাশকাৰীৰ (Regular Post) খালী পদ পূৰণৰ বাবে আৱেদন বিচাৰিছে। পদকেইটাৰ যোগ্যতাৰ চৰ্ত, খালী পদৰ সংখ্যা, বাছনি প্ৰক্ৰিয়া আৰু অন্যান্য বিৱৰণ তলত উল্লেখ কৰা হৈছে।

পদৰ নামখালী পদদৰমহাবয়সযোগ্যতা
কাৰিকৰী সহায়ক০২দৰমহা প্ৰতি মাহে ২৬,৩৫৩/- টকাবয়স ১৮ – ৪০ বছৰB.Tech. /BE /MSc. /MCA with specialization in Computer Science/Electronics/IT with knowledge in Server Administration/LAN/DBA/Technical Troubleshooting and Support in Hardware.
জ্যেষ্ঠ বিকাশক০২প্ৰতি মাহে ৪৬,৯৭২/- টকা১৮ – ৪০ বছৰ    B.Tech. /BE /MSc./MCA with specialization in Computer Science/Electronics/IT with 3 years experience in Software Development in PHP+PostgreSQL/MySQL.

Gauhati High Court Recruitment 2022 বাচনি প্ৰক্ৰিয়া:

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ৩০ জুন ২০২২ তাৰিখে বা তাৰ আগতে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব। প্ৰাৰ্থীসকলে অনলাইন আবেদন পত্ৰ পূৰণ কৰাৰ সময়ত তেওঁলোকৰ ফটোগ্ৰাফৰ স্কেন কৰা প্ৰতিলিপি, আৰু স্বাক্ষৰ আপলোড কৰিব লাগিব।

আৱেদন মাছূল

প্রার্থীসকলে ৩০০/- টকাৰ আবেদন মাচুল ৫ জুলাই ২০২২ৰ ভিতৰত অনলাইনত পৰিশোধ কৰিব লাগিব। তালিকাভুক্ত প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাত তেওঁলোকৰ ফলাফলৰ আধাৰত বাছনি কৰা হ’ব আৰু তাৰ পিছত মৌখিক সাক্ষাৎকাৰ লোৱা হ’ব।

উচ্চ ন্যায়ালয়ৰ অফিচিয়েল ৱেবচাইটঃ Click Here  

Leave a Comment

error: Warning, you aare not allowed to copy this element