Join Assam Study Centre Channel

MCQ on Indian Polity and Government- Series 11

প্ৰিয় শিক্ষাৰ্থী, আমি আপোনাকলৈ সংসদীয় পৰিক্রমা আৰু সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত আধাৰিত কৰি ১০ টা G.K.Quiz Indian Polity ৰ এটা ছেট আগবঢ়াইছো । যেতিয়া বিদ্যাৰ্থীসকলে MCQ-ৰ বিষয় অনুসৰি অধ্যয়ন কৰে ই তেওঁলোকক সেই বিষয়টো অতি গভীৰভাৱে বুজাত সহায় কৰে। গতিকে এই প্রশ্ন সমূহ চাওঁক আৰু নিজকে মূল্যাঙ্কন কৰক। G.K.Quiz Indian Polity

G.K.Quiz Indian Polity

তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা

১) জল সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ওপৰত প্ৰথম সংসদীয় সমিতি কেতিয়া গঠন কৰা হৈছিল?

ক) ১৯৫০

খ) ২০০৫

গ) ১৯৭০

ঘ) ১৯৮৫

২) যুৱ সকলৰ ওপৰত প্ৰথম সংসদীয় সমিতি কেতিয়া গঠন কৰা হৈছিল?

ক) ২০১০ 

খ) ২০০৮

গ) ২০০৬

ঘ) ১৯৮৫

৩) গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত প্ৰথম সংসদীয় সমিতি কেতিয়া গঠন কৰা হৈছিল?

ক) ২০০৫

খ) ২০০৬

গ) ২০০৭

ঘ) ২০০৮

G.K.Quiz Indian Polity

৪) দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত প্ৰথম সংসদীয় সমিতি কেতিয়া গঠন কৰা হৈছিল?

ক) ২০১১

খ) ২০১০

গ) ২০০৯

ঘ) ২০০৮

৫)  শিশুৰ ওপৰত প্ৰথম সংসদীয় সমিতি কেতিয়া গঠন কৰা হৈছিল?

ক) ২০০৬

খ) ২০০৭

গ) ২০০৮

ঘ) ২০০৯

৬) নিম্নলিখিত কোনটোৱে ভাৰতক এক ধৰ্মনিৰপেক্ষ ৰাষ্ট্র হিচাপে বৰ্ণনা কৰে?

ক) মৌলিক অধিকাৰ

খ)) ৰাজ্য পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ

গ) পঞ্চম অনুসূচী

ঘ)) সংবিধানৰ প্ৰস্তাৱনা

৭) ভাৰতীয় সংবিধানত “ন্যায়পালিকাৰ স্বাধীনতা” ক’ৰ পৰা লোৱা হৈছে ?

ক) ব্ৰিটেইন

খ) USA

গ) দক্ষিণ আফ্ৰিকা

ঘ) অষ্ট্ৰেলিয়া

আপুনি যদি আমাৰ এই G.K.Quiz Indian Polityপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

৮) এক সংসদীয় শাসনব্যৱস্থাত ৰাষ্ট্রৰ প্ৰকৃত ক্ষমতা কাৰ হাতত আছে ?

ক) ৰাষ্ট্ৰপতি

খ) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

গ) প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰীসভা

ঘ) সংসদ

৯) নিম্নলিখিত কোনটো সংশোধনীয়ে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক সংশোধন কৰিছিল?

ক) ৪৪তম সংশোধনী আইন

খ) ৪২তম সংশোধনী আইন

গ) ৫৬তম সংশোধনী আইন

ঘ) ইয়াক কেতিয়াও সংশোধন কৰা হোৱা নাই

১০) প্রস্তাৱনাটো সংবিধানৰ এক অংশ নহয় বুলি উচ্চতম ন্যায়ালয়ে তলৰ কোনটো গোচৰত কৈছিল ?

ক) বেৰুবাৰী ইউনিয়ন গোচৰ (১৯৬০)

খ) উনি কৃষ্ণন বনাম ইউনিয়ন অফ ইণ্ডিয়া

গ)  মিনাৰ্ভা মিলচ বনাম কেন্দ্রীয় চৰকাৰ আৰু অন্যান্য ৰাজ্যসমূহ

ঘ) সুনীল বাট্ৰা বনাম দিল্লী চৰকাৰ

G.K.Quiz Indian Polity

উত্তৰসমূহ

১) খ  ২) গ,   ৩)  ঘ,   ৪) ক,    ৫) ক,  ৬)  ঘ  ৭) ক  ৮) গ   ৯) খ   ১০) ক

Leave a Comment

error: Warning, you aare not allowed to copy this element