ASSAM TET SOLUTION SERIES-2 PEDAGOGY
শিক্ষণ বিজ্ঞান
ঘ) তেওঁলোকে নিজকে শিকিবৰ বাবে লৰা ছোৱালীক সহায় কৰা
উঃঘ
উঃ ক
২৬) শিক্ষা বিকাশৰ আন্তর্জাতিক আয়োগে সমগ্র পৃথিৱী জুৰি শিক্ষা নীতিসমুহৰ নির্দেশক নীতি হিচাপে জীৱন ব্যাপি শিক্ষাৰ কোন চনত ঘোষণা কৰিছিল ?
ক) ১৯১৭ চনত
খ) ১৯৭৭ চনত
গ) ১৯৭৮ চনত
ঘ) ১৯৭২ চনত
উঃ ঘ
২৭) শিশুৰ দৈহিক বিকাশৰ প্রয়োজনীয় এটা উপাদান-
ক) দৈহিক যত্ন
খ) দৈহিক প্রবণতা
গ) দৈহিক ধাৰণা
ঘ) দৈহিক অনুকৰণ
উঃ ক
২৮) ভাৰতবর্ষত সংহত শিশু বিকাশ আচঁনি কিমান চনত আৰম্ভ হৈছিল ?
ক) ১৯৭৫ চনত
খ) ১৯৭৬ চনত
গ) ১৯৬৭ চনত
ঘ) ১৯৫৭ চনত
উঃ ক
২৯) শৈশৱ কালৰ এটা বৈশিষ্ট-
ক) শিশুৱে নিজৰ শৰীৰটো কিছু নিয়ন্ত্রণ কৰিব পাৰে ।
খ) শিশুৱে নিজৰ শৰীৰটো নিয়ন্ত্রণ কৰিব নোৱাৰে
গ) শিশুৱে নিজ শৰীৰটো নিয়ন্ত্রণ কৰিব পাৰে
ঘ) একেবাৰে নিয়ন্ত্রণ কৰিব নোৱাৰে
উঃ গ
৩০) বয়ঃসন্ধি কালৰ কোনটো বৈশিষ্ট নহয় ?
ক) যৌন চেতনা
খ) বীৰ পুজা
গ) আত্ম নিয়োগ
ঘ) সমাজ সংশোধন
উঃ ঘ
৩১) বর্তমান সময়ত বয়ঃসন্ধিকালৰ কোনটো দিশ আটাইতকৈ গুৰুত্বপূর্ণ ?
ক) যৌন চেতনা
খ) সামাজিক চেতনা
গ) ধর্মীয় চেতনা
ঘ) নীতিগত চেতনা
উঃ ক
৩২) যৌন সম্পর্কৰ গোপনীয়তাই বয়ঃসন্ধিকালৰ বিশেষ শক্তি হয়-
ক) মানসিক
খ) দৈহিক
গ) সামাজিক
ঘ) পাৰিবাৰিক
উঃ ক
৩৩) ইতিবাচক মনোভাবে ছাত্র-ছাত্রীৰ তলৰ কোনটো লাভাম্বিত নহয় ?
ক) হতাশা
খ) নিৰাশা
গ) ব্যর্থতা
ঘ) ব্যভিচাৰ
উঃ ঘ
৩৪) আচৰণ বুলিলে আমি বুজো-
ক) কোনো ব্যক্তি পৰিয়াল আৰু সমাজে কৰা জ্ঞাত নৈতিকতা ব্যৱহাৰ
খ) কোনো ব্যক্তিয়ে কৰা সৎ ব্যৱহাৰ
গ) কোনো ব্যক্তিয়ে কৰা অসৎ ব্যৱহাৰ
ঘ) অনৈতিক ব্যৱহাৰ
উঃ ক
৩৫) ছাত্র-ছাত্রীৰ বাবে খেলা ধুলা আৱশ্যকীয়-
ক) ই শৰীৰটো স্বাস্থ্যবান কৰে
খ) ছাত্র-ছাত্রী খেলিবলৈ স্কুললৈ যায়
গ) ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক উন্নয়ণ সাধন হয়
ঘ) খেলৰ দ্বাৰা আত্মসন্তুষ্টি পাব পাৰে
উঃ গ
৩৬) পূর্ব পুৰুষৰ পৰা সন্তানলৈ জৈৱিক আৰু সক্ষমতাসমুহ যায়-
ক) জিনৰ দ্বাৰা
খ) দেহৰ দ্বাৰা
গ) সমাজৰ দ্বাৰা
ঘ) পৰিবেশৰ দ্বাৰা
উঃ ক
৩৭) এবিধ দীর্ঘস্থায়ী ৰোগ হৈছে –
ক) কর্কট ৰোগ
খ) পয়ালগা
গ) টাইফয়েড
ঘ) জ্বৰ
উঃ ক
৩৮) জাতীয় প্রাপ্তবয়স্ক আচঁনি ভাৰতবর্ষত ৰূপায়িত হয় –
ক) ১৯৭৮-৭৯
খ) ১৯৬৩-৬৪
গ) ১৯৫৭-৫৮
ঘ) ১৯৮৭-৮৯
উঃ ক
৩৯) ৰাাষ্ট্রীয় শৈক্ষিক গৱেষণা প্রশিক্ষণ পৰিষদ গঠিত হয়-
ক) ১৯৬১ চনত
খ)১৯৬৮ চনত
গ) ১৯৫৭ চনত
ঘ) ২০০৩ চনত
উঃ ক
৪০) ৰুছোৰ মতে বাল্যকাল-
ক) জন্মৰ পৰা ৫ বছৰলৈ
খ) ৫ – ১২ বছৰলৈ
গ) জন্মৰ পৰা ১০ বছৰলৈ
ঘ) জন্মৰ পৰা ৩ বছৰলৈ
উঃ খ
৪১) সন্তানৰ জৈৱিক অস্তিত্ব গঢ়ি উঠে –
ক) ৪৬ জোৰা ক্রমজম লগ লাগি
খ) ৬৪ জোৰা ক্রমজম লগ লাগি
গ) ৪৫ জোৰা ক্রমজম লগ লাগি
ঘ) ৪৮ জোৰা ক্রমজম লগ লাগি
উঃ ক
৪২) কেন্দ্রীয় মাধ্যমিক শিক্ষা বর্ডৰ নাম হৈছে –
ক) NVS
খ) KVS
গ) CTSA
ঘ) CBSE
উঃ ঘ
৪৩) অভ্যাস গঠন হ’ল –
ক) ক্রিয়াৰ অপৰিবর্তনীয় পুনৰাবৃত্তিৰ স্থায়ী ৰূপ
খ) ক্রিয়াৰ প্রতিফলন
গ) ক্রিয়াৰ বিপৰীত ৰূপ
ঘ) ক্রিয়াৰ বাস্তব ৰূপ
উঃ ক
৪৪) তলৰ কোনটো শব্দৰ মিল আছে ?
ক) ব্যক্তিত্ব আৰু নীতি
খ) ব্যক্তিত্ব আৰু চৰিত্র
গ) ব্যক্তিত্ব আৰু আচৰণ
ঘ) ব্যক্তিত্ব আৰু ব্যক্তিসত্বা
উঃ ঘ
৪৫) কৈশোৰ কালত কোনটো মানসিক কাৰকে আবেগিক চঞ্চল কৰি তোলে ?
ক) ভালপোৱা
খ) ঈর্ষা
গ) লাজ
ঘ) আর্থিক দৈন্যতা
উঃ ঘ
৪৬) ‘অভ্যাস, জ্ঞান, আৰু মনোভঙ্গীৰ আয়ত্বকৰণ আৰু সংৰক্ষণেই হ;ল শিক্ষণ”- কোনে কৈছিল ?
ক) স্কিনাৰ
খ) ৰাইবার্ণ
গ) কলভিন
ঘ) স্মিথ
উঃ ক
৪৭) সংযোগবাদৰ জন্মদাতা হৈছে-
ক) ৰাইবান
খ) গিলফর্ড
গ) কলভিন
ঘ) থর্নউইক
উঃ ঘ
৪৮) গেষ্টাল্ট শব্দটো হৈছে-
ক) লেটিন শব্দ
খ) ফৰাচী শব্দ
গ) জার্মান শব্দ
ঘ) ইংৰাজী শব্দ
উঃ গ
৪৯) সামগ্রীকতাবাদীয়ে চিম্পাঞ্জীৰ ওপৰত পৰীক্ষা চলোৱা মনোবিজ্ঞানীজন হৈছে –
ক) কাফকা
খ) কোহলাৰ
গ) ক্রো
ঘ) মালিক
উঃ খ
৫০) শিশুৰ মানসিক বিকাশৰ এটি উপাদান হৈছে –
ক) ভাষা শিক্ষা
খ) ভাষাৰ জ্ঞান নথকা
গ) ভাষাৰ প্রয়োজন নথকা
ঘ) ভাষা আন্দোলন
উঃ ক
৫১) Korsehach Ink Blot Test ৰ বিকাশ ঘটাইছিল-
ক) হাৰমেন ৰছাক
খ) জন ডিউ
গ) ৰুছোৱে
ঘ) বোল্টে
উঃ ক
৫২) বৰছাক হ’ল-
ক) চিয়াঁহী দাগ অভীক্ষা
খ) তেজৰ দাগ অভীক্ষা
গ) ছবি অঁকা প্রক্রিয়া
ঘ) হস্তশিল্প
উঃ ক
৫২) দল হ’ল-
ক) এজনৰ সংস্থা
খ) এজনৰ দ্বাৰা পৰিচালিত সংগঠন
গ) একাধিক লোকৰ সু-সংগঠিত অৱস্থা
ঘ) পৰিয়ালৰ অৱস্থা
উঃ গ
৫৩) দল বন্ধাৰ বয়স বুলিলে –
ক) শৈশৱ কালক বুজায়
খ) বাল্য কালক বুজো
গ) বৃদ্ধ কালক বুজো
ঘ) যৌৱন কালক বুজো
উঃ খ
৫৪) Personality শব্দটো আহিছে –
ক) লেটিন ভাষাৰ পৰা
খ) জার্মান ভাষাৰ পৰা
গ) ইংৰাজী ভাষাৰ পৰা
ঘ) গ্রীক ভাষাৰ পৰা
উঃ ক
৫৫) Persona শব্দৰ অর্থ হৈছে –
ক) মুখ
খ) সুগন্ধিৰ নাম
গ) ব্যক্তিত্ব
ঘ) ব্যক্তি
উঃ ক
৫৬) সমাযোজন বুলিলে বুজি পাওঁ-
ক) সকলো লোকৰ বাবে মুখামুখী আৰু গ্রহণ কৰিবলগীয়া অবস্থা
খ) সকলো লোকৰ বাবে মুখামুখী হোৱা অৱস্থা
গ) সকলো লোকৰ বাবে হোৱা পৰিবর্তন
ঘ_ সকলো লোকৰ বাবে হোৱা পৰিবেশ
উঃ ক
৫৭) বংশগতি হৈছে –
ক) বংশানুক্রমে পৰিচালিত জৈবিক গুণ, বিভূতি
খ) বংশৰ চৰিত্র
গ) বংশগতিৰ উপাদান
ঘ) ওপৰৰ আটাইকেইটা
উঃ ক
৫৮) Zoological Philosophy ৰ ৰচক-
ক) কেণ্ডলি
খ) ডাৰউইন
গ) লেমার্ক
ঘ) ডুগডেল
উঃ ক
৫৯) Hereditary Fenius ৰ ৰচক –
ক) মেণ্ডেল
খ) ডাৰউইন
গ) গেল্টন
ঘ) ৰুছো
উঃ গ
৬০) D2 ৰ সম্পুর্ণ ৰূপ হৈছে-
ক) Digygotic
খ) Diatic
গ) Diate
ঘ) Dijarat
উঃ ক
৬১) তলৰ কোনটো নিদানমুলক শিক্ষাৰ শ্লোগান ?
ক) কেৱল শিকোৱা
খ) কেৱল পৰীক্ষা কৰা
গ) শিকোৱা, পৰীক্ষা কৰা, পুনৰায় শিকোৱা
ঘ) পুনৰায় শিকোৱা
উঃ গ
৬২) তলৰ কোনটো শিক্ষণ আর্হিৰ উপযোগিতা নহয় ?
ক) ইয়াৰ প্রকৃতি অতি ব্যৱহাৰিক
খ) ইয়াৰ জড়িয়তে শিক্ষণ নিদিষ্টকৰণ সম্ভৱ
গ) ইয়ে শিক্ষণ প্রক্রিয়ালৈ পৰিৱর্তন নানে
ঘ) ই শিক্ষণ প্রক্রিয়ালৈ বিশুদ্ধতাৰ আগমণ ঘটায়
উঃ গ
৬৩) তলৰ কোনটো সহ-পাঠ্যক্রমিক কার্যাৱলীৰ ক্ষেত্রত শুদ্ধ ?
ক) শাৰীৰিক বিকাশ
খ) মানসিক তৃপ্তি
গ) সুচৰিত্র গঠন
ঘ) ওপৰৰ আটাইকেইটা
উঃ ঘ
৬৪) এখন বিদ্যালয়ৰ মানব সম্পদ হৈছে –
ক) শিক্ষক
খ) শিক্ষার্থী
গ) কর্মচাৰীসকল
ঘ) ঘৰ-দুৱাৰ
উঃ খ
৬৫) তলৰ কোনটো বিদ্যালয় প্রধানৰ গুণাৱলীৰ ভিতৰুৱা নহয় ?
ক) নেতৃত্বদানৰ ক্ষমতা
খ) অনুশাসনপ্রিয়তা
গ) পাণ্ডিত্য আৰু আত্মসংযমী
ঘ) কেৱল সমাজ সেৱা
উঃ ঘ
৬৬) ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ চনত তলৰ কোনখন বিদ্যালয়ত স্থাপন হৈছিল ?
ক) আদর্শ জাতীয় বিদ্যালয়
খ) নবোদয় বিদ্যালয়
গ) বুনিয়াদী বিদ্যালয়
ঘ) মহর্ষি বিদ্যালয়
উঃ খ
৬৭) ‘কর্মৰ মাজেৰে শিক্ষণ পদ্ধতি’ৰ জনক হৈছে –
ক) ৰুছো
খ)হার্বাট
গ) এৰিষ্টটল
ঘ) ওপৰৰ কোনো এটা নহয় ।
উঃ ক
৬৮) শিক্ষা বিভাগৰ মুৰব্বীজনক শিক্ষাধিকাৰ বোলাৰ পৰামর্শ প্রথম দিয়া হৈছিল-
ক) উদৰ ঘোষণাপত্রত
খ) কোঠাৰী আয়োগৰ পৰামর্শত
গ) হাণ্টাৰ আয়োগৰ প্রতিবেদনত
ঘ) ভাৰতীয় শিক্ষা আয়োগৰ প্রতিবেদনত
উঃ ক
৬৯) কাক শিক্ষা মনোবিজ্ঞানীকৰণৰ গুৰি ধৰোতা হিচাপে স্বীকৃতি দিয়া হয় ?
ক) পেষ্টালজীক
খ) ৰুছোক
গ) মেগডুগলক
ঘ) ৱাটচনক
উঃ ক
৭০) তলৰ কোনটো মুল্যবোধৰ উৎস নহয় ?
ক) আমাৰ সংবিধান
খ) ভাৰতীয় সংস্কৃতি
গ) ভাভতীয় ধর্মসমুহ
ঘ) বেংক
উঃ ঘ
৭১) সামাজিক বংশগতি হ’ল-
ক) মানুহে পৰিচয় দিয়া গুণ
খ) ব্যক্তিয়ে নিজৰ পৰিচয় দিয়া সামাজিক গুণ
গ) ব্যক্তিয়ে পৰিচয় দিয়া নিজৰ গুণ
ঘ) ব্যক্তিয়ে পৰিচয় দিয়া বংশৰ গুণ
উঃ খ
৭২) “Objective Test Personality” ৰ সর্বপ্রথম বিকাশ হয়-
ক) ভাৰতত
খ) আমেৰিকাত
গ) জেনেভাত
ঘ) চীনত
উঃ খ
৭৩) স্কুলত নির্বাচন পতা উচিত, কাৰণ-
ক) ভাৰত এখন গণতান্ত্রিক দেশ
খ) ডাঙৰ শিশুবোৰে নির্বাচনত অংশগ্রহণ কৰিব
গ) তেওঁলোকে দায়িত্ব উপলব্ধি কৰিব
ঘ) নির্বাচনত শিক্ষকে মুখ্য ভূমিকা লব
উঃ গ
৭৪) সাম্প্রতিক পৰিস্থিতিত শিক্ষাৰ শুদ্ধ গঠন হ’ল-
ক) সহশিক্ষা
খ) কাৰিকৰী শিক্ষা
গ) নৈতিক আৰু আদর্শগত শিক্ষা
ঘ) এটাও নহয়
উঃ খ
৭৫) দুজন ছাত্রৰ মাজত কাজিয়া লাগিলে শিক্ষকৰ মুখ্য ভুমিকা হব-
ক) নৈতিকতাৰ শিক্ষা দিয়া
খ) আৰক্ষী থানাত খবৰ দিয়া
গ) কাজিয়াৰ কাৰণ জানি তাক সমাধান কৰিবলৈ চেষ্টা কৰা
ঘ) দোষী ছাত্রক শাস্তি দিয়া
উঃ গ
৭৬) স্কুলত পৰিৱেশ ভাল কৰিবলৈ কি কৰা উচিত-
ক) স্কুল , খেলপথাৰ সজাই তোলা
খ) নিয়মানুৱর্তিতা বজাই ৰখা
গ) অভিভাবকসকলৰ সৈতে পৰামর্শ কৰা
ঘ) সকলো শিক্ষকৰ সৈতে পৰামর্শ লোৱা
উঃ খ
৭৭)’অপসমযোজন’ হৈছে-
ক) ব্যক্তিত্বৰ বিসংগতি
খ) ব্যক্তিত্বৰ বিকাশ
গ) ব্যক্তিত্বৰ পৰিৱর্তন
ঘ) ব্যক্তিত্বৰ উন্নীতকৰণ
উঃ ক
৭৮) মুক্ত বিদ্যালয় সঙ্গীন স্বায়ত্বশাসন সংগঠন হিচাপে স্বীকৃত হয়-
ক) ১৯৮৯ চনত
খ) ১৯৬৫ চনত
গ) ১৯৯৪ চনত
ঘ) ১৯৭৪ চনত
৭৯) মাধ্যমিক শিক্ষা আয়োগৰ প্রথমগৰাকী সভাপতি আছিল –
ক) লক্ষ্মণস্বামী মুডালিয়াৰ
খ) বল্লভ ভাই পেটেল
গ) এ এন বসু
ঘ) মৌলানা আবুল কালাম আজাদ
উঃ ক
৮০) ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় গঠিত হয়-
ক) ১৯৮৫ চনৰ ২০ ছেপ্তেম্বৰত
খ) ১৯৮৫ চনৰ ১০ ছেপ্তেম্বৰত
গ) ১৯৬৭ চনৰ ২০ ছেপ্তেম্বৰত
ঘ) ১৯৬৭ চনৰ ১০ ছেপ্তেম্বৰত
উঃ ক
৮১) এটা বয়সত নৈতিক আৰু আদর্শগত হোৱাটো কঠিন-
ক) ইয়াৰ বাবে কঠোৰ শ্রমৰ আৱশ্যক
খ) সাম্প্রতিক সামাজিক পৰিবেশত ই সম্ভব নহয়
গ) প্রত্যেক খোজতে সমস্যাৰ আহে
ঘ) নৈতিকতা আৰু আদর্শ কেৱল কিতাপৰ কথা
উঃ গ
৮২)স্কুলত কটকটীয়া অনুশাসন থকা উচিত-
ক) স্কুলত সহশিক্ষা পদ্ধতি থাকে
খ) অনুশাসনে ছাত্র-ছাত্রীক সুনাগৰিক কৰি তোলে
গ) অনুশাসনত শিশুৱে ভালদৰে পঢ়িব পাৰে
ঘ) অনুশাসন মানি চলা শিশুৱে হুলস্থুল নকৰে
উঃ খ
৮৩) শিশুৰ সমস্যাৰ উপাদান হ’ল-
ক) খোৱাৰ সমস্যা
খ) লিখিব জনা
গ) বেমাৰ নোহোৱা
ঘ) ওপৰৰ এটাও নহয়
উঃ ক
৮৪) পৰমসংহ প্রক্রিয়া হ’ল-
ক) মনৰ নৈতিক আৰু ন্যায়িক আদর্শ
খ) মনৰ ইচ্ছা শক্তি
গ) মনৰ অনুভব
ঘ) মনৰ বিভুতি
উঃ ক
৮৫) উদৰ প্রধান লোকৰ গঠন হ’ল-
ক) ক্ষীণ প্রকৃতিৰ
খ) পেটটো শকত
গ) পেট, কঁকাল, দেহৰ মাজে স্ফীত
ঘ) অত্যাধিক শকত
উঃ গ
৮৬) শিক্ষণৰ সময়ত তুমি এটা বিষয় কেনেকৈ মনোগ্রাহী কৰিবা ?
ক) কেৱল পাঠ্যপুথি পঢ়াই
খ) সময়ে সময়ে আমোদ যোগাই
গ) বুৰঞ্জী বা বিজ্ঞান বিষয় অন্তভুক্ত কৰি
ঘ) কাহিনী অন্তভুক্ত কৰি
উঃ খ
৮৭) বিশ্বায়নৰ মূল শ্লোগান হৈছে-
ক) কেৱল উদাৰীকৰণ
খ) কেৱল ব্যক্তিগতকৰণ
গ) উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ
ঘ) সমাজবাদীকৰণ
উঃ গ
৮৮) দেশৰ কোনখন বিশ্ববিদ্যালয়ে প্রথমতে School of Correspondence Course আৰম্ভ কৰিছিল ?
ক) দিল্লী বিশ্ববিদ্যালয়
খ) পঞ্জাব বিশ্ববিদ্যালয়
গ) ৰাজস্থান বিশ্ববিদ্যালয়
ঘ) গুৱাহাটী বিশ্ববিদ্যালয়
উঃক
৮৯) মুকলি বিশ্ববিদ্যালয় বুলি কোৱা হয়-
ক) দেৱালবিহীন বিশ্ববিদ্যালয়
খ) অন্তৰৰ বিশ্ববিদ্যালয়
গ) চাৰিবেৰৰ বিশ্ববিদ্যালয়
ঘ) আনুষ্ঠানিক বিশ্ববিদ্যালয়
উঃক
৯০) কেনেধৰণৰ শিক্ষক ছাত্র-ছাত্রীয়ে পছন্দ কৰে ?
ক) যিজনে বিভিন্ন ধৰণৰ কাহিনী শ্রেণীত কৈ শুনায়
খ) যিজনে ছাত্র-ছাত্রীক হাঁহিৰ খোৰাক যোগায়
গ) যিজনে বর্ণনা কৰি শিকায়
ঘ) যিজনে সলসলীয়াকৈ বুজায়
উঃ গ
৯১) ড্রাগচ আসক্ত শিশু এটিক ভাল কৰিব পাৰি-
ক) পৰিবেশ পৰিবর্তন কৰি
খ) চৰকাৰীভাবে নীতি প্রৱর্তন কৰি
গ) সমাজত ড্রাগচ বিক্রী নকৰি
ঘ) শিশুটিক ড্রাগচ আসক্ত পৰিবেশৰ পৰা নিয়ন্ত্রিত কৰি
উঃ ঘ
৯২) ভাষা বিকাশৰ উপযুক্ত কাল হৈছে-
ক) বাল্য কাল
খ) যৌৱন কাল
গ) শৈশৱ কাল
ঘ) বৃদ্ধ কাল
উঃ গ
৯৩) বর্তমান শিক্ষা ব্যবস্থা অত্যন্ত ব্যয়বহুল-
ক) বর্তমান শিক্ষা ব্যবস্থা দোষেৰে ভৰপুৰ
খ) শিক্ষকৰ দৰ্মহা যথেষ্ট বেছি
গ)শিক্ষাৰ আহিলা-পাতি ব্যয়বহুল
ঘ) শিক্ষাৰ দ্বাৰা সম্পদ আৰু প্রতিষ্ঠা লাভ কৰিব পাৰি
উঃগ
৯৪) বিজ্ঞান শিক্ষাত সঁজুলি আৱশ্যকীয়
ক) সঁজুলি আনন্দদায়ক
খ) সঁজুলিয়ে বিজ্ঞান শিক্ষা বিশ্লেষণ কৰে
গ) সঁজুলি দেখি শিশুৱে শিকিব পাৰে
ঘ) সঁজুলিয়ে মানুহক যন্ত্র কৰি তোলে
উঃ খ
৯৫) শিক্ষকে তেওঁৰ বিষয়ে শিকোৱা উচিত
ক) উপযুক্ত উপায়েৰে তেওঁলোকে নিজকে বিশ্লেষণ কৰে
খ) বিজ্ঞানসন্মত উপায়েৰে তেওঁলোকক শিক্ষা দিব পাৰে
গ) তেওঁলোকে ছাত্র-ছাত্রীৰ মনৰ অনুভব বুজিব পাৰে
ঘ) যদি তেওঁলোকে শিকায়, ভাল দৰমহা পাব
উঃ ক
৯৬) সমকামিতাৰ কাল বুলি কোৱা হয়-
ক) বাল্য কাল
খ) শৈশৱ কাল
গ) যৌৱন কাল
ঘ) বৃদ্ধ কাল
উঃক
৯৭) Educare শব্দটোৰ অর্থ হ’ল-
ক) শিশুসকলক দৈহিক আৰু মানসিকভাবে লালন-পালন কৰি তোলা
খ)দৈহিকভাবে শিক্ষা দিয়া
গ)মানসিকভাবে শিক্ষা দিয়া
ঘ) পুথিগত শিক্ষা দিয়া
উঃ ক
৯৮) শিক্ষাৰ বহল অর্থ হৈছে-
ক) জীৱন জোৰা প্রক্রিয়া
খ)মানসিক প্রক্রিয়া
গ) সামাজিক প্রক্রিয়া
ঘ) পাৰিবাৰিক প্রক্রিয়া
উঃ ক
৯৯)” শিক্ষা হৈছে পৰিপুর্ণ মানুহৰ বিকাশ প্রক্রিয়া”- কোনে কৈছিল ?
ক) ছক্রেটিছে
খ) আব্রাহম
গ) ৰুছো
ঘ)কমেনিয়াচে
উঃ ঘ
১০০) বিকাশ আৰু উন্নয়ণ কোনটো কাৰকৰ ওপৰত নির্ভৰশীল ?
ক) পৰিবেশ
খ) বংশগতি
গ) ব্যক্তি
ঘ) ওপৰৰ সকলো
উঃ ঘ
Hope this Free Study Materials of Assam TET in Assamese Language-Pedagogy, will help you to prepare in Assam TET examinaion. Visit our Website regularly to get the Free Study Materials of various examinations.