Join Assam Study Centre Channel

First in different fields of Assamese Literature- know who’s who?

অসমীয়া সাহিত্য জগতৰ বিভিন্ন ক্ষেত্রত প্রথম ব্যক্তিসকল

First Persons in Assamese Literature

Here we discussed about the first  in different fields Assamese Literature. . These are very much important to enhance the General Knowledge on Assam and Assamese Literature. Students should know about the first  in different fields of Assamese Literature. We try to include almost each and every aspect of first in different field  of Assamese Literature.

জানো আহক, অসমীয়া সাহিত্য জগতৰ বিভিন্ন ক্ষেত্রত প্রথম ব্যক্তিসকল

১) অসমীয়া চুটি গল্প লিখক ?

= লক্ষ্মীনাথ বেজবৰুৱা

২) অসমীয়া কথা-কবিতা ৰচয়িতা ?

= যতীন্দ্রনাথ দুৱৰা

৩) অসমীয়া গদ্য ৰচনা ?

= ভট্টদেবৰ “কথা গীতা”

৪) অসমীয়া কবিতা পুথি ?

= হেম সৰস্বতীৰ “প্রহ্লাদ চৰিত”, সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰা অসমীয়া কবিতা পুথি যতীন্দ্রনাথ দুৱৰাৰ “বনফুল”

৫) অসমীয়া ভ্রমণ কাহিনী ?

= ড˚ বিৰিঞ্চি কুমাৰ বৰুৱাৰ “ছুইজাৰলেণ্ড ভ্রমণ”

৬) ইংৰাজী উপন্যাসৰ প্রভাবত ৰচিত অসমীয়া উপন্যাস ?

= নির্মল ভকত

৭) নৱন্যাস যুগৰ অসমীয়া কবি সাহিত্যিক ?

= চন্দ্রকুমাৰ আগৰৱালা

৮ ) অসমীয়া ভাষাৰ অভিধান ?

= ড˚ মাইলচ ব্ৰনচনৰ অভিধান

৯) অসমীয়া ভাষাৰ ব্যাকৰণ ?

= ৰবিনচ্‌ন চাহাবৰ “ A Crammer of Assamese Language”

১০) অসমীয়া আধুনিক জীৱন চৰিত পুথি ?

= গুণাভিৰাম বৰুৱাই ৰচনা কৰা “আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন”

১১) অসমীয়া চতুর্দশপদী কবিতা ?

= প্রিয়তমাৰ চিঠি

১২) অসমীয়া চতুর্দশপদী কবিতাৰ ৰচয়িতা ?

= হেমচন্দ্র গোস্বামী

১৩) অসমীয়া পষেকীয়া আলোচনী ?

= জয়ন্তী (১৯৪৬ চন)

১৪) ইংৰাজী-অসমীয়া শব্দকোষ ৰচনা কৰে ?

=শ্রী মতী এছ আৰ ৱার্ডে

১৫) অসমীয়া অমিত্রাক্ষৰ ছন্দত ৰচনাকাৰী ?

= ৰমাকান্ত চৌধুৰী   

১৬) সংস্কৃতৰ পৰা অসমীয়ালৈ নাটক অনুবাদ কৰে ?

= লম্বোদৰ বৰা (কালিদাসৰ শকুন্তলা)

১৭) ইংৰাজী ভাষাৰ পৰা অনুবাদ হোৱা নাটক ?

= ভ্রমৰংগ

১৮) শংকৰদেৱৰ কীর্তন পুথি ছপাই উলিয়াই ?

= হৰিবিলাস আগৰৱা্লাই

১৯) অসমীয়া ছপা বুৰঞ্জী ?

= কাশীনাথ তামুলী ফুকনৰ “আসাম বুৰঞ্জী” পুথি

২০) অসমীয়া মহিলা লেখকৰ পুর্ণাংগ কাহিনী পুথি ?

= পদ্মাৱতী দেৱী ফুকননীৰ “সুধর্মাৰ উপাখ্যান”

২১)  ছপা হোৱা অসমীয়া উপন্যাস ?

= পদ্মানাথ গোহাঞি বৰুৱাৰ “লাহৰী”

২২) জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্রথম অসমীয়া উপন্যাস ?

= মিৰি জীয়ৰী

২৩) যথার্থ অসমীয়া ঐতিহাসিক উপন্যাস ?

= লক্ষ্মীনাথ বেজবৰুৱাৰ “পদুমকুঁৱৰী”

২৪) অসমীয়া চৰিত পুথিৰ লিখক ?

= দৈত্যাৰি ঠাকুৰ

২৫) অসমীয়া জ্যোতিষ শাস্ত্রৰ পুথি ?

= জ্যোতিষপুথি

২৬) অসমীয়া গদ্যৰ নির্দশন পোৱা যায় ?

= শংকৰদেবৰ নাটসমুহত

২৭) অসমীয়া হাস্য-ব্যংগ গ্রন্থ ?

= কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা

২৮) অসমীয়া ভাষাৰ গণিতৰ পুথি ?

= বকুল কায়স্থৰ “কিতাৱত মঞ্জৰী”

২৯) অসমীয়া পত্রোপন্যাস ?

= বিষ্ণুকিংকৰ কলিতাৰ “চিন্তা”

৩০) অসমীয়া ডিটেক্টিভ উপন্যাস ৰচয়িতা ?

= কুমুদেশ্বৰ বৰঠাকুৰ

৩১) সাহিত্য একাডেমীৰ পুৰস্কৃত উপন্যাস ?

= বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ “ইয়াৰুইংগম”

৩২) অসমীয়া হাস্যৰসাত্মক নাটক ?

= কানীয়াৰ কীর্তন

৩৩) অসমীয়া ছপাপুথি ?

= ধর্মপুস্তক

৩৪) অসমীয়া ভাষাৰ বিষয়ে লিখা অসমীয়া লিখক আৰু গ্রন্থ ?

=আনন্দৰাম ঢেকীয়াল ফুকনৰ “ A New Remarks on Assamese Language”

৩৫) অসমীয়া দৈনিক বাতৰি কাকত ?

=দৈনিক বাতৰি (১৯৩৭, সম্পাদক- নীলমণি ফুকন)

৩৬) অসমীয়াৰ সম্পাদনাত ওলোৱা ইংৰাজী সাদিনীয়া কাকত ?

= আসাম নিউজ (১৮৮২)

৩৭) অসমীয়া ৰাজবংশাৱলী পুথি ?

= সূর্যখড়ি দৈৱজ্ঞ ৰচিত “সমুদ্র নাৰায়ণ বংশাৱলী”

৩৮) অসমীয়া ব্যংগ আলোচনী ?

= বিহলঙনী

৩৯) অসমীয়া সাপ্তাহিক আলোচনী ?

= নৱযুগ

৪০) সাধাৰণ জ্ঞান সম্পর্কীয় অসমীয়া পুথি ?

= চাইফুদ্দিন আহমেদৰ “জানানে”

৪১) অসমীয়া ভাষাৰ তিনিদিনিয়া কাকত ?

= অসম বাতৰি

৪২) কথাছবিলৈ ৰূপান্তৰিত অসমীয়া উপন্যাস ?

= ৰজনীকান্ত বৰদলৈৰ “মনোমতী”

৪৩) অসমীয়ালৈ অনুদিত ইংৰাজী উপন্যাস ?

= Pilgrims Progress ৰ অসমীয়া অনুবাদ “যাত্রিকৰ যাত্রা”

৪৪) বঙালীৰ পৰা অসমিয়ালৈ অনুবাদ কৰা উপন্যাস ?

= এলোকেশী বেশ্যাৰ কাহিনী- ফুলমণি আৰু কৰুণা

৪৫) অসমীয়া ভাষাত মহিলা  আলোচনী ?

= ঘৰ জেউতি

৪৬) কৃষি সম্পর্কীয় কিতাপ ?

= নাৰায়ন চন্দ্র বৰুৱাৰ কৃষিতত্ব

৪৭) অসমীয়া কৃষি আলোচনী ?

= আসাম কৃষক

৪৮) অসমীয়া কলেজীয়া ছাত্রী আলোচনী ?

= ছাত্রী অর্ঘ

৪৯) অসম সাহিত্য সভাৰ সভাপতিৰ ?

= পদ্মানাথ গোহাঞি বৰুৱা

৫০) অসমীয়াত ৰামায়ণ অনুবাদ কৰে ?

= মাধৱ কন্দলীয়ে

৫১) অসমীয়া ভাষাৰ বাতৰি কাকত ?

= অৰুণোদয়

৫২) অসমীয়া ভাষাত বুৰঞ্জী লিখক ?

=হলিৰাম ঢেকিয়াল ফুকন

৫৩) অসমৰ বাহিৰত প্রকাশ পোৱা অসমীয়া আলোচনী ?

= জোনাকী

৫৪) আধুনিক অসমীয়া সমালোচনা গ্রন্থ ?

= লক্ষ্মীনাথ বেজবৰুৱাৰ শংকৰদেৱ

৫৫) অসমীয়া সাহিত্যত প্রথম পুৰণি পুথি সংগ্রহৰ চেষ্টা কৰে ?

= হেমচন্দ্র গোস্বামীয়ে

৫৬) অসমিয়া লেখকে বাংলা ভাষাত লিখা প্রথম কিতাপ ?

= হলিৰাম ঢেকিয়াল ফুকনৰ “আসাম বুৰঞ্জী”

৫৭) বিশ্বৰ বিভিন্ন ভাষাৰ অসমীয়া সংকলন ?

=বিশ্ব গল্প চয়নিকা (১৯৩৬)

৫৮) অসমীয়া ভাষাত কাব্য নাট ৰচনা কৰে ?

= শংকৰদেবে

৫৯) অসমীয়া ভাষাৰ নাটক ?

= চিহ্নযাত্রা

৬০) অসমীয়া ভাষাৰ সাধুপুথি ?

= এলিজা ব্রাউনৰ সাধুপুথি

৬১) অসমীয়া মহিলা লেখিকা ?

= পদ্মাৱতী দেৱী ফুকননী

৬২) অসমীয়া সংগীতৰ পুথি ?

= লক্ষ্মীনাথ বেজবৰুৱাৰ “সংগীত কোষ”

৬৩) অসমীয়া গীত পুথি ?

= গীতাৱলী

৬৪) অসমীয়া ভাষাৰ মিনি আলোচনী ?

= বিন্দু

৬৫) সৰস্বতী সন্মান লাভ কৰা অসমীয়া ?

= লক্ষ্মীনন্দন বৰা

৬৬) অসমীয়া ভাষাৰ ব্যংগ আলোচনী ?

= কার্টুন

৬৭) ৰামায়ণৰ কাহিনী লৈ লিখা অসমীয়া নাট ?

= ৰামবিজয়

৬৮) অসম সাহিত্য সভাৰ মহিলা সভানেত্রী ?

= নলিনীবালা দেৱী

৬৯) অসম সাহিত্য সভাৰ পত্রিকা সম্পাদক ?

= চন্দ্রধৰ বৰুৱা

৭০) জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া উপন্যাস ?

= মৃত্যুঞ্জয়

৭১)  অসমীয়া অনাতাঁৰ লিখক ?

= বীণ বৰাগী

৭২) জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া মহিলা ?

= মামণি ৰয়চম গোস্বামী

So these are the notable persons of Assamese Literature who are considered First  in different fields of Assamese Literature. Although we prepare this list it is true that it is not a complete list. Still left out many names from this list of first  in different fields of Assamese Literature. But these are the very much important names which frequently comes in different competitive examinations.

Leave a Comment

error: Warning, you aare not allowed to copy this element