Join Assam Study Centre Channel

Daily Current Affairs G.K. 25-06-2020 । Updated Daily

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  আত্মনির্ভৰ উত্তৰপ্রদেশ ৰোজগাৰ যোজনা, লকডাউনৰ সময়সীমা বৃদ্ধি, ৰোহিনী আয়োগ আদি বিষয় সামৰি লোৱা হৈছে। পঢ়ক আমাৰ Daily Current Affairs G.K. 25-06-2020 । Updated Daily ।

 

আজিৰ  প্রশ্নোত্তৰঃ

Daily Current Affairs G.K. 25-06-2020 । Updated Daily

 

) ৰাষ্ট্রসংঘই কোনখন ৰাজ্যৰ স্বাস্থ্যমন্ত্রীক বিশ্ব জনসেৱা দিৱসলৈ আমন্ত্রণ জনাই সন্মান জ্ঞাপন কৰিছে ?

ক) তেলেংগানা

খ) কর্ণাটক

গ) কেৰেলা

ঘ) গোৱা

 

) কেন্দ্রীয় চৰকাৰে কুশীনগৰ বিমান বন্দৰক আন্তঃৰাষ্ট্রীয় বিমান বন্দৰ হিচাপে ঘোষণা কৰিছে । এই বিমান বন্দৰ কোনখন ৰাজ্যত অৱস্থিত ?

ক) ঝাৰখণ্ড

খ) বিহাৰ

গ) উত্তৰপ্রদেশ

ঘ) মধ্যপ্রদেশ

 

) ভাৰত মহাসাগৰত কোনখন দেশে স্থায়ী সামৰিক ঘাটি স্থাপনৰ পৰিকল্পনা কৰিছে ?

ক) আমেৰিকা

খ) চীন

গ) জাপান

ঘ) ইৰাণ

Daily Current Affairs G.K. 25-06-2020 । Updated Daily

 

) পশ্চিমবংগই লকডাউনৰ সময়সীমা কেতিয়ালৈকে বৃদ্ধি কৰিছে ?

ক) ৩১ জুলাই

খ) ১ জুলাই

গ) ১৫ জুলাই

ঘ) ৩০ আগষ্ট

 

)  আত্মনির্ভৰ উত্তৰপ্রদেশ ৰোজগাৰ অভিযানৰ শুভাৰম্ভ কোনে কৰিব ?

ক) নৰেন্দ্র মোডী

খ) যোগী আদিত্যনাথ

গ) পিয়ুষ গোৱেল

ঘ) আমিত শ্বাহ

 

) ভাৰতত কোনে ব্লাড বেংকৰ ই-সেৱা প্রদান কৰিবলৈ মবাইল এপ আৰম্ভ কৰিব ?

Daily Current Affairs G.K. 25-06-2020 । Updated Daily

ক) হর্ষ বর্ধন

খ) নৰেন্দ্র মোডী

গ) আমিত শ্বাহ

ঘ) ৰাম নাথ কোবিন্দ

 

)  ৰোহিনী আয়োগৰ কার্যকাল কেন্দ্রীয় চৰকাৰে কেতিয়ালৈকে বৃদ্ধি কৰিছে ?

ক) ২০২১ চনৰ মার্চলৈকে

খ) ২০২০ চনৰ ডিচেম্বৰলৈকে

গ) ২০২১ চনৰ জানুৱাৰীলৈকে

ঘ) ২০২১ চনৰ মে লৈকে

 

)   আমেৰিকাৰ মতে তলৰ কোনখন ৰাষ্ট্র সন্ত্রাসবাদৰ সুৰক্ষিত ভূ-স্বর্গ হৈ পৰিছে ?

ক) ইৰাণ

খ) ইজৰাইল

গ) পাকিস্থান

ঘ) ভাৰত

 

উত্তৰসমূহঃ

Daily Current Affairs G.K. 25-06-2020 । Updated Daily

 

১) কেৰেলা

ৰাষ্ট্রসংঘই কেৰেলাৰ স্বাস্থ্যমন্ত্রীক  ২৩ জুনত অনুষ্ঠিত হোৱা বিশ্ব জন সেৱা দিৱস আলোচনালৈ আমন্ত্রণ জনাইছিল। স্বাস্থ্যমন্ত্রী কে কে শৈলজাক কৰণা মহামাৰীক ৰোধ কৰিবৰ বাবে কেনে কৌশল গ্রহণ কৰা উচিত সেই বিষয়ে মন্তব্য দাঙি ধৰিবৰ বাবে সন্মান সহকাৰে বিশ্ব সংস্থাটোৱে আমন্ত্রণ জনাইছিল।

 

২) উত্তৰপ্রদেশ

২৪ জুন, ২০২০ তাৰিখে কেন্দ্রীয় কেবিনেটৰ এক বৈঠকত উত্তৰপ্রদেশৰ কুশীনগৰ বিমান বন্দৰক আন্তঃৰাষ্ট্রীয় বিমান বন্দৰলৈ উন্নীতকৰণ কৰিবৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়।

 

৩)  ইৰাণ

 ইৰাণৰ Islamic Revolutionary Guards Corps এ ২০২১ চনৰ মার্চ মাহৰ ভিতৰত ভাৰত মহাসাগৰত তেওঁলোকৰ স্থায়ী সামৰিক ঘাটি স্থাপন কৰাৰ পৰিকল্পনা কৰিছে ।

 

৪) ৩১ জুলাই

Daily Current Affairs G.K. 25-06-2020 । Updated Daily

পশ্চিমবংগৰ চৰকাৰে কৰণাৰ সন্ত্রাসৰ বাবে ৰাজ্যখনত লকডাউনৰ সময়সীমা ৩১ জুলাইলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। ২৪ জুনত সকলো ৰাজনোইতিক দলৰ সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয়।

 

৫)  নৰেন্দ্র মোডী

উত্তৰপ্রদেশত নৰেন্দ্র মোডী ডাঙৰীয়াই ৩৬ জুন, ২০২০ তাৰিখে  আত্মনির্ভৰ উত্তৰপ্রদেশ ৰোজগাৰ অভিযানৰ  ভিডিও কনফাৰেন্সিংৰ যোগেদি শুভাৰম্ভ কৰিব।

 

৬) হর্ষ বর্ধন

২৫ জুন ২০২০ তাৰিখে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী হর্ষ বর্ধনে ব্লাড বেংকৰ ই চার্ভিচৰ বাবে এটা মবাইল এল্পিকেশ্বনৰ শুভাৰম্ভ কৰে। এই এপ্লিকেশ্বনটো ভাৰতীয় ৰেডক্রচ চছাইটিৰ উদ্যোগত আৰম্ভ কৰা হৈছে।

 

৭) ২০২১ চনৰ জানুৱাৰী

কেন্দ্রীয় চৰকাৰে ৰোহিনী আয়োগৰ কার্যকাল ২০২১ চনৰ ৩১ জানুৱাৰীলোইকে বৃদ্ধি কৰি দিছে। এই আয়োগ অ বি চি ৰ উপ-বিভাগ সমুহ পৰীক্ষা কৰিবৰ বাবে গঠন কৰি দিয়া হৈছিল।

 

৮) পাকিস্থান

 আমেৰিকাৰ শেহতীয়া এক প্রতিবেদনত প্রকাশ পাইছে যে আঞ্চলিক সন্ত্রাসবাদী গোটসমূহৰ বাবে পাকিস্থান ভূ-স্বর্গ হৈ পৰিছে।  আমেৰিকাৰ সন্ত্রাসবাদীৰ ওপৰত ষ্টেট বিভাগে প্রদান কৰা বছেৰেকীয় প্রতিবেদনত এই কথা প্রকাশ পাইছে । প্রতিবেদনত কোৱা হৈছে যে পাকিস্থানে এতিয়াও লস্কৰ ই তৈবা, জইচ ই মহম্মদৰ দৰে সন্ত্রাসবাদী সংগঠন সমূহক তেওঁলোকৰ মাটিত কার্যকলাপ চলাই যাবৰ বাবে অনুমতি প্রদান কৰি আছে।

 

Daily Current Affairs G.K. 25-06-2020 । Updated Daily

 

আপুনি যদি আমাৰ Daily Current Affairs G.K. 25-06-2020 । Updated Daily পঢ়ি ভাল পাইছে তেন্তে আমাৰ ৱেবচাইট চাবস্কাইব কৰক

 

আমাৰ ফেচবুক পেজ লাইক কৰিবলৈ ইয়াত ক্লিক কৰক

 

Leave a Comment

error: Warning, you aare not allowed to copy this element