Join Assam Study Centre Channel

Daily Current Affairs G.K. 22-06-2020 । Updates Daily

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  Play Little, Study Little যোজনা, পুৰীৰ ৰথ যাত্রা, বিশ্বৰ ১০ জন শীর্ষ ধনী ব্যক্তি আদি বিষয় সামৰি লোৱা হৈছে। পঢ়ক Daily Current Affairs G.K. 22-06-2020।

 

আজিৰ  প্রশ্নোত্তৰঃ

Daily Current Affairs G.K. 22-06-2020 । Updates Daily

 

) তলৰ কোনখন ৰাষ্ট্রই তেওঁলোকৰ  নাগৰিকত্ব আইন সংশোধন কৰাৰ সিদ্ধান্ত লৈছে ?

ক) ভাৰত

খ) নেপাল

গ) বাংলাদেশ

ঘ) ম্যানমাৰ

 

) ভাৰতৰ কোনখন ৰাজ্যৰ প্রদূষণ নিয়ন্ত্রণ বর্ডে বাঘজান তৈল ক্ষেত্রৰ কাম-কাজ বন্ধ কৰাৰ বাবে জাননী জাৰি কৰিছে ?

ক) মেঘালয়

খ) অসম

গ) মণিপুৰ

ঘ) পশ্চিমবংগ

 

) কোনখন ৰাজ্যই “Play Little Study Little” নামৰ এক যোজনা আৰম্ভ কৰিছে ?

ক) উত্তৰপ্রদেশ

খ) তেলেংগানা

গ) ত্রিপুৰা

ঘ) অসম

 

) সশস্ত্র বাহিনীলৈ কেন্দ্রীয় চৰকাৰে কিমান পৰিমাণৰ জৰুৰীকালীন পুঁজি আগবঢ়াইছে ?

Daily Current Affairs G.K. 22-06-2020 । Updates Daily

ক) ১০০০ কোটি টকা

খ) ৩০০ কোটি টকা

গ) ৫০০ কোটি টকা

ঘ) ৭০০ কোটি টকা

 

) কোনখন আদালতে সীমাবদ্ধতাৰ মাজত পুৰীৰ ৰথ যাত্রাক অনুমতি প্রদান কৰিছে ?

ক) দিল্লী উচ্চ ন্যায়ালয়

খ) এলাহাবাদ উচ্চ ন্যায়ালয়

গ) উচ্চতম ন্যায়ালয়

ঘ) তেলেংগানা উচ্চ ন্যায়ালয়

 

) ভাৰতে দাবী কৰা ভূখণ্ডত তলৰ কোনখন দেশে তেওঁলোকৰ ৰেডিও’ৰ যোগেদি বতৰৰ বতৰা দিবলৈ  আৰম্ভ কৰিছে ?

ক) পাকিস্থান

খ) নেপাল

গ) বাংলাদেশ

ঘ) চীন

 

)  “Decarbonising Transport India” প্রজেক্ট নীতি আয়োগে কেতিয়া আৰম্ভ কৰিব ?

ক) ২৪ জুন

খ) ২৫ জুন

গ) ২৬ জুন

ঘ) ২৭ জুন

 

)  ফর্বচে প্রকাশ কৰা বিশ্বৰ ১০ জন ধনী ব্যক্তিৰ তালিকাত ভাৰতৰ কোনে স্থান  লাভ কৰিছে ?

ক) আজিম প্রেমজী

খ) উদয় কটক

গ) মুকেশ আম্বানি’

ঘ) শিৱ নাডাৰ

 

Daily Current Affairs G.K. 22-06-2020 । Updates Daily

উত্তৰসমূহঃ

 

১) নেপাল

নেপালৰ সংসদীয় পেনেলে শেহতীয়াকৈ তেওঁলোকৰ নাগৰিকত্ব আইন সংশোধনৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই মতে কোনো বিদেশী মহিলাই এজন নেপালী ব্যক্তিৰ লগত বিবাহপাশত আৱদ্ধ হ’লে নেপালৰ নাগৰিকত্ব লাভ কৰিবলৈ ৭ বছৰ অপেক্ষা কৰিব লাগিব।

 

২) অসম

অসমৰ প্রদূষণ নিয়ন্ত্রণ বোর্ডে, ভাৰতীয় তেল নিগমক (Oil India Limited) বাঘজানস্থিত ইয়াৰ ফিল্ডত সকলোধৰণৰ কাম-কাজ বন্ধ কৰিবলৈ এক জাননী জাৰি কৰিছে।

 

৩)  ত্রিপুৰা

ত্রিপুৰাৰ চৰকাৰে ৰাজ্যখনত এখন আচঁনিৰ শুভাৰম্ভ কৰিছে যাৰ নাম ‘এক খেলো, এক পঢ়াও” (হিন্দীত) যাৰ ইংৰাজী অর্থ হৈছে “Play Little Study Little”। ২৫ জুনৰ পৰা কার্যকৰী হ’বলগীয়া এই আচঁনিৰ যোগেদি এচ এম এচ, হোৱাটচএপ ৰ মাধ্যমেদি ছাত্র-ছাত্রীসকলে খেল-ধেমালীৰ মাধ্যমেদি পঢ়া-শুনা কৰিবৰ বাবে দৃশ্য-শ্রব্য সমল লাভ কৰিব।

 

৪) ৫০০ কোটি টকা

সশস্ত্র বাহিনীৰ তিনিওটা বিভাগৰ বাবে কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ ৫০০ কোটি টকাৰ অনুমোদন জনাইছে। এই ধনৰাশি তিনিওটা বিভাগে নতুন অস্ত্র-শস্ত্র ক্রয় কৰাত ব্যৱহাৰ কৰিব।

Daily Current Affairs G.K. 22-06-2020 । Updates Daily

 

৫)  উচ্চতম ন্যায়ালয়

২২ জুন ২০২০ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ে মন্তব্য দি কয় যে কিছুমান সীমাবদ্ধতাৰ মাজত থাকি পুৰীৰ ৰথ যাত্রা অনুষ্ঠিত কৰিব লাগিব। এই সমগ্র বিষয়টো  পৰিচালনাৰ বাবে উচ্চতম ন্যায়ালয়ে মন্দিৰ পৰিচালনা সমিতি আৰু ৰাজ্যিক তথা কেন্দ্রীয় চৰকাৰৰ হাতত এৰি দিয়ে।

 

৬) নেপাল

নেপালৰ F M ৰেডিও ষ্টেচনসমূহে উত্তৰাখণ্ডৰ ভাৰত-নেপাল সীমান্তৱর্তী অঞ্চলৰ বিবাদমান এলেকা Lipulekh, Kalapani, Limpiyadhura ত বতৰৰ বতৰা দিবলৈ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে এই অঞ্চলকেইটা ভাৰতে বহু আগৰ পৰা নিজৰ বুলি গণ্য কৰি আহিছে।

 

৭) ২৪ জুন

নীতি  আয়োগে ২৪ জুন তাৰিখে আন্তঃৰাষ্ট্রীয় পৰিবহণ ফ’ৰামৰ লগত একেলগে ভাৰতত “Decarbonising Transport in India” নামৰ এক প্রজেক্ট আৰম্ভ কৰিব। এই প্রজেক্টৰ মুখ্য উদেশ্য হ’ব ভাৰতৰ পৰিবহণ ব্যবস্থাক নিম্ন কার্বন নিসর্গিত ব্যবস্থালৈ পৰিণত কৰা।

 

৮) মুকেশ আম্বানী

ফর্বচে শেহতীয়াকৈ প্রকাশ কৰা বিশ্বৰ ১০ গৰাকী ধনী ব্যক্তিসকলৰ ভিতৰত ভাৰতৰ মুকেশ আম্বানীয়ে স্থান লাভ কৰিছে।

 

আপুনি যদি আমাৰ Daily Current Affairs G.K. 22-06-2020 । Updates Daily পঢ়ি ভাল পাইছে তেন্তে আমাৰ ৱেবচাইট চাবস্কাইব কৰক

Leave a Comment

error: Warning, you aare not allowed to copy this element