Join Assam Study Centre Channel

Daily Current Affairs G.K. 16-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  বিশ্ব প্রতিযোগিতামূলক সূচক, কৃত্রিম বুদ্ধিমত্তাত গোলকীয় অংশীদাৰিত্ব, ভাৰতৰ প্রথম অনলাইন গেছ ট্রেডিং প্লেটফর্ম আদি বিষয় সামৰি লোৱা হৈছে। Daily Current Affairs G.K. 16-06-2020

 

আজিৰ  প্রশ্নোত্তৰঃ

 

) বিশ্ব প্রতিযোগিতামূলক সূচকত ভাৰতে কিমান সংখ্যক স্থান লাভ কৰিছে ?

ক) ৫৪ তম

খ) ৪৩ তম

গ) ৩৭ তম

ঘ) ৬১ তম

 

Daily Current Affairs G.K. 16-06-2020 | Today’s Current Affairs

 

) কোনখন দেশ বিশ্ব প্রতিযোগিতামূলক সূচকৰ ৰেংকিঙত প্রথম স্থানত আছে ?

ক) ডেনমার্ক

খ) নেদাৰলেণ্ড

গ) চিংগাপুৰ

ঘ) চুইজাৰলেণ্ড

 

) ইউৰোপিয়ান ইউনিয়নৰ AntiTrust Authority এ কোনখন টেক ফার্মৰ বিৰুদ্ধে কেছ দাখিল কৰিছে ?

ক) এপল

খ) ফেচবুক

গ) গুগল

ঘ) চেমচাং

 

) ৯৩ তম্‌ অস্কাৰ বঁটা প্রদান অনুষ্ঠান কেতিয়া অনুষ্ঠিত হ’ব ?

ক) ২০২১ ৰ এপ্রিলত

খ) ২০২১ ৰ মার্চত

গ) ২০২১ ৰ মে’ত

ঘ) ২০২১ ৰ ডিচেম্বৰত

 

) কোনখন দেশৰ উচ্চতম ন্যায়ালয়ে LGBT সমূহৰ কার্যক্ষেত্রত হোৱা বৈষম্যতাক নিষেধ কৰিছে ?

ক) ভাৰত

খ) আমেৰিকা

গ) ইংলণ্ড

ঘ) কানাডা

 

Daily Current Affairs G.K. 16-06-2020 | Today’s Current Affairs

 

) কোনখনে দেশে কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রত হোৱা গোলকীয় অংশীদাৰিত্বত প্রতিষ্ঠাতা সদস্য হিচাপে যোগদান কৰিছে ?

ক) ভাৰত

খ) চীন

গ) ৰাছিয়া

ঘ) মালয়েছিয়া

 

) ভাৰতৰ প্রথমটো অনলাইন গেছ ট্রেডিং প্লেটফর্ম “Indian Gas Exchange” ৰ কোনে শুভাৰম্ভ কৰে ?

ক) পধানমন্ত্রী নৰেন্দ্র মোডী

খ) ধর্মেন্দ্র প্রধান

গ) ৰাজনাথ সিং

ঘ) পিয়ুষ গোৱেল

 

)  প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ ক্ষেত্রত ৰাষ্ট্রসংঘৰ মতে ভাৰতে বিশ্বত কিমান সংখ্যক স্থান লাভ কৰিছে ?

ক) তৃতীয়

খ) নৱ্ম

গ) দশম

ঘ) পঞ্চদশ

 

 

উত্তৰসমূহঃ

Daily Current Affairs G.K. 16-06-2020 | Today’s Current Affairs

 

১) ৪৩ ত্‌ম

বিশ্ব প্রতিযোগিতামূলক সূচকৰ ৰেংকিঙত ভাৰতে ৪৩ ত্‌ম স্থান লাভ কৰিছে। প্রত্যেক বছৰে কৰা এই ৰেংকিঙত এইবাৰ ভাৰতৰ স্থান অৱনমিত হয়। Institute for Management Development (IMD) এ এই ৰেংকিঙ কৰিছিল। সর্বমূঠ ৬৩ খন দেশৰ ভিতৰত ভাৰতে ৪৩ তম স্থা অধিকাৰ কৰিছে। পুতৌজনক আন্তঃগাঠঁনি আৰু অপয্যাপ্ত শৈক্ষিক বিনিয়োগৰ বাবে ভাৰতৰ স্থান অৱনমিত হয়।

 

২) চিংগাপুৰ

বিশ্ব প্রতিযোগিতামূলক সূচকত চিংগাপুৰে প্রথম স্থা লাভ কৰে। ডেনমার্কে দ্বিতীয়, চুইজাৰলেণ্ডে তৃতীয় আৰু নেদাৰলেণ্ডে চতুর্থ স্থান লাভ কৰে।

 

৩) এপল

Daily Current Affairs G.K. 16-06-2020 | Today’s Current Affairs

 

ইউৰোপিয়ান ইউনিয়নৰ শক্তিশালী সংস্থা Antitrust Authority এ বৃহৎ টেক ফার্ম এপল ৰ বিৰুদ্ধে এক কেছ দাখিল কৰিছে। টেক ফার্মখনৰ বিৰুদ্ধে তেওঁলোকৰ এপ ষ্টৰ (App Store) ৰ যোগেদি তথ্য চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।

 

৪) ২০২১ চনএপ্রিল

 Academy of Motion Pictures Arts and Sciences আৰু ABC টেলিভিচন নেটৱর্কে ১৫ জুনত ঘোষণা কৰিছে যে ৯৩ তম্‌ অস্কাৰ বঁটা প্রদান অনুষ্ঠান ২০২১ বর্ষৰ এপ্রিল মাহলৈ পিছুৱাই দিয়া হৈছে। এইবছৰ এই অনুষ্ঠান ২৮ ফেব্রুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল।

 

৫) আমেৰিকা

 আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ১৫ জুন, ২০২০ ত এক আদেশৰ যোগেদি কার্যক্ষেত্রত LGBT সমূহে সন্মুখীন হোৱা বৈষম্যতাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।

 

৬) ভাৰত

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রত গোলকীয় অংশীদাৰিত্বত ভাৰতে প্রতিষ্ঠাপক সদস্য হিচাপে যোগদান কৰিছে।

 

৭) ধর্মেন্দ্র প্রধান

Daily Current Affairs G.K. 16-06-2020 | Today’s Current Affairs

কেন্দ্রীয় পেট্রলিয়াম আৰু প্রাকৃতক গেছ মন্ত্রী ধর্মেন্দ্র প্রধানে ১৫ জুন ২০২০ তাৰিখে ভাৰতৰ প্রথমটো অনলাইন গেছ ট্রেডিং প্লেটফর্ম Indian Gas Exchange (IGX) ৰ শুভাৰম্ভ কৰে।

 

৮) নৱম

প্রত্যক্ষ বৈদেশিক বিনিয়োগত ভাৰতে বিশ্বৰ ভিতৰত নৱ্ম স্থান লাভ কৰিছে। ৰাষ্ট্রসংঘৰ UN Conference o Trade and Development (UNCTAD) ৰ প্রতিবেদন মতে গত ২০১৯ বর্ষত ভাৰতত ৫১ বিলিয়ন মার্কিন ডলাৰ প্রত্যক্ষ বিনিয়োগ কৰা হৈছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element