Join Assam Study Centre Channel

Daily Current Affairs G.K. 15-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  RIC ভার্চুৱেল আলোচনা, নাডা জাননী, গোমঠী মাৰিমাঠু আদি বিষয় সামৰি লোৱা হৈছে। Daily Current Affairs G.K. 15-06-2020 | Updated Daily

 

আজিৰ  প্রশ্নোত্তৰঃ

 

) কৰণাভাইৰাচত বেয়াকৈ আক্রান্ত হোৱা ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ সৈতে প্রধানমন্ত্রীয়ে কেতিয়া আলোচনাত মিলিত হ’ব ?

ক) ১৫ জুন

খ) ১৬ জুন

গ) ১৭ জুন

ঘ) ১৮ জুন

 

) ভাৰতীয় দৌৰবিদ গোমঠী মাৰিমাঠুক ডপিং টেষ্টত ধৰা পৰাৰ বাবে কিমান বছৰলৈ নিলম্বিত কৰা হৈছে ?

ক) ৫ বছৰ

খ) ৩  বছৰ

গ) ৪  বছৰ

ঘ) ২  বছৰ

 

) নিজৰ ঠিকনা দিয়াত বিফল হোৱাৰ বাবে তলৰ কালৈ নাডাই  জাননী প্রেৰণ কৰা নাই ?

ক) কে এল ৰাহুল

খ) জশপ্রিত বার্মা

গ) ৰবীন্দ্র জাদেজা

ঘ) চেতেশ্বৰ পুজাৰা

 

) কোনখন ৰাষ্ট্রৰ বিজয় দিবস উপলক্ষে ভাৰতে ত্রি সেৱাযুক্ত সামৰিক গোট প্রেৰণ কৰিব ?

ক) ইংলণ্ড

খ) ফ্রান্স

গ) আমেৰিকা

ঘ) ৰাছিয়া

 

) কেতিয়া ভাৰত-ৰাছিয়া-চীনৰ মাজৰ ত্রিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব ?

Daily Current Affairs G.K. 15-06-2020 | Updated Daily

ক) ২২ জুন

খ) ২১ জুন

গ) ২৫ জুন

ঘ) ২৪ জুন

 

) কভিড-১৯ ৰ দ্বিতীয়টো ঢৌৰ পৰা ৰক্ষা পাবলোই তলৰ কোনখন ৰাষ্ট্রই ইয়াৰ কিহুমান অঞ্চলত লকডাউন ঘোষণা কৰিছে ?

ক) জাপান

খ) চীন

গ) ইটালী

ঘ) ফ্রান্স

 

) কোনটো বেংকে ইয়াৰ ঋণ কার্যসমূহ পৰিচালনা কৰিবলৈ সম্পূর্ণ ডিজিটেল পদ্ধতি আৰম্ভ কৰিছে ?

ক) বেংক অৱ বৰোদা

খ) পাঞ্জাব নেশ্বনেল বেংক

গ) কানাড়া বেংক

ঘ) ভাৰতীয় ষ্টেট বেংক

 

)  বলিঊদৰ অভিনেতা সুশান্ত ৰাজপুতৰ অলপতে মৃত্যু ঘটিছে তলৰ কোনখন তেওঁৰ ৰিলিজ নিদিয়া চিনেমা ?

ক) Welcome to New York

খ) Raabta

গ) Sonchiriya

ঘ) Dil Bechara

 

 

উত্তৰসমূহঃ

 

১) ১৭ জুন

প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে ১৫ কৰনাৰ দ্বাৰা আক্রান্ত ১৫ খন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ লগত এক আলোচনাত মিলিত হ’ব। এইবিলাকৰ ভিতৰত মহাৰাষ্ট্র, দিল্লী, গুজৰাট, উত্তৰপ্রদেশ, মধ্যপ্রদেশ, ৰাজস্থান, তামিলনাডু আদি ৰাজ্যও আছে।

 

২) ৪ বছৰ

Athletics Integrity Unit (AIU) এ ভাৰতীয় দৌৰবিদ গোমঠী মাৰিমাঠুক ডপিং টেষ্টত বিফল হোৱাৰ বাবে ৪ বছৰৰ বাবে খেলৰ পৰা নিলম্বিত কৰিছে। ২০১৯ চনত তেওঁ এছিয়ান এথেলেটিকচ চেম্পিয়নচিপত মহিলাৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিল।

 

৩) যশপ্রীত বুমৰাহ

ভাৰতীয় ক্রিকেটাৰ কে এল ৰাহুল, ৰবীন্দ্র জাদেজা, চেতেশ্বৰ পুজাৰালৈ National Anti Doping Agency চমুকৈ নাডা ই তেওঁলোকৰ ঠিকনা ভালদৰে নিদিয়াৰ বাবে জাননী প্রেৰণ কৰিছে। একেদৰে দুগৰাকী মহিল ভাৰতীয় ক্রিকে্টাৰ স্মৃতি মাধন আৰু দিপ্তী শর্মালৈ ও নাডাই জাননী প্রেৰণ কৰিছে।

 

৪) ৰাছিয়া

২৪ জুন ২০২০ ত ৰাছিয়াৰ বিজয় দিবস উপলক্ষে ভাৰতে ত্রি সেৱাযুক্ত এক সামৰিক গোট ৰাছিয়ালৈ প্টহাব। এই বিজয় দিবস যোৱা ৯ মে’ত অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু কৰণা’ ৰ পৰিপ্রেক্ষিতত দিবস্টি পিছুৱাই দিয়া হয়। এই বিজয় দিবস প্রত্যেক বছৰে ১৯৪৫ চনত নাজী বাহিনীয়ে ৰাছিয়ান সামৰিক বাহিনীৰ ওচৰত আত্মসমর্পন কৰাৰ উপলক্ষে পালন কৰা হয়।

 

৫) ২২ জুন

ভাৰতীয় বৈদেশিক মন্ত্রী এচ জয়শংকৰে অহা ২২ জুনত ৰাছিয়া-চীনৰ বৈদেশিক মন্ত্রী ৱাঙ য়ি ৰ লগত এক ত্রিপাক্ষিক ভার্চুৱেল বৈঠকত মিলিত হ’ব। এই বৈঠক শেহতীয়াকৈ ভাৰত আৰু চীনৰ মাজত সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি সম্পর্কত অনুষ্ঠিত হ’ব।

 

Daily Current Affairs G.K. 15-06-2020 | Updated Daily

 

৬) চীন

চীনত কৰণাৰ দ্বিতীয় সংহাৰ আৰম্ভ হোৱা দেখা গৈছে। যোৱা দুদিনৰ ভিতৰত চীনৰ বেইজিংত ৭৫ টা নতুন পজিটিভ কেছ পোৱা গৈছে। এই সংক্রমণ বেইজিংৰ এখন খাদ্য আৰু মাংসৰ দোকানৰ পৰা আৰম্ভ হৈছে বুলি প্রকাশ। বেইজিং কতৃপক্ষই ইতিমধ্যে দোকানখনৈ যোৱা ১০০ জনতকৈও অধিক লোকৰ পৰীক্ষা কৰিছে।

 

৭) বেংক অৱ বৰোদা

বেংক অৱ বৰোদাই  ইয়াৰ ঋণ ক্ষেত্রখন সম্পূর্ণভাবে ডিজিটেলাইজ কৰিছে। কৃষি, গৃহ, MSME, ব্যক্তিগত আদি ঋণসমূহ পৰিচালনা কৰিবলৈ কাগজী কাম-কাজ বেংকটোৱে পৰিহাৰ কৰিছে।

 

৮) Dil Bechara

১৪ জুন ২০২০ তাৰিখে বলিউদৰ জনপ্রিয় অভিনেতা সুশান্ত ৰাজপুতৰ মৃত্যু হয়।  ২০১৩ চনত অভিনেতাগৰাকীয়ে Kai Po Che ৰ যোগেদি ভূমুকি মাৰিছিল। তেঁৰ শেহতীয়া ছবি Dil Bechara মুক্তি লাভ নকৰাকৈ থাকি যায়।

Leave a Comment

error: Warning, you aare not allowed to copy this element