Join Assam Study Centre Channel

Child Development and Pedagogy- Assam TET for LP and UP solution- questions and answers


Child Development and Pedagogy- Assam TET for LP and UP solution- questions and answers


In this series, we forwarded 50 numbers of questions and its answers relating Child Development and Pedagogy- Assam TET for LP and UP solution- questions and answers. These questions are most important for those who are planning to appear in upcoming TET Examination. All are prepared by our experts.  Only selected questions are forwarded for the aspirants so that they can prepare themselves for the TET Examinations.



Why Child Development and Pedagogy- Assam TET for LP and UP solution- questions and answers ?

In a nutshell, these questions are very much important and hence these are prepared by our experts. We always keep the quality content for the help of the students. Most of these questions already came in previous CTET or TET  Examinations.  So we think these can help the aspirants as a whole.
How to Download Child Development and Pedagogy- Assam TET for LP and UP solution- questions and answers ?

To download the Child Development and Pedagogy- Assam TET for LP and UP solution- questions and answers,  go to the end of the questions and find the link mentioned as “Click Here”. Just click there and download these questions in PDF format which is prepared in Assamese language. So Best of Luck.

Child Development and Pedagogy- Assam TET for LP and UP solution- questions and answers



শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ সহ


১) নিম্ন প্রাথমিক স্তৰ মানে-

ক) প্রথমৰ পৰা চতুর্থ শ্রেণীলৈ
খ) প্রথমৰ পৰা পঞ্চম শ্রেণীলৈ
গ) প্রথমৰ পৰা ষষ্ঠ শ্রেণীলৈ
ঘ) প্রথমৰ পৰা সপ্তম শ্রেণীলৈ
= খ

২)  উচ্চ প্রাথমিক স্তৰ মানে-

ক) ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ
খ)  পঞ্চম শ্রেণীৰ পৰা সপ্তম শ্রেণীলৈ
গ) ষষ্ঠ শ্রেণীৰ পৰা নৱম শ্রেণীলৈ
ঘ) ষষ্ঠ শ্রেণীৰ পৰা সপ্তম শ্রেণীলৈ
= ক
৩) বুনিয়াদী শিক্ষা আচঁনিৰ আন এটা নাম-

ক) নংগ তালিম
খ) জন শিক্ষা
গ) আধাৰ শিক্ষা
ঘ) জীৱন শিক্ষা
= ক
৪) তলৰ কোণটো বুনিয়াদী শিক্ষাৰ বৈশিষ্ট নহয় ?

ক) শিশুকেন্দ্রীক শিক্ষা
খ) কামৰ মাজেৰে শিক্ষা
গ) স্বাবলম্বনৰ শিক্ষা
ঘ) কামৰ অধিকাৰ শিক্ষা
= ঘ
৫) বয়ঃসন্ধি কাল মানে –

ক) ১২-১৮ বছৰলৈ
খ) ৬-১১ বছৰলৈ
গ) ১৬-২০ বছৰলৈ
ঘ) কোনো এটা নহয়
= ক

৬) কোনে কৈশোৰকালক জীৱনৰ ধুমুহা আখ্যা দিছিল ?

ক) ষ্টেনলী হলে
খ) জর্জ মিলানে
গ) মেডাম কোৰী
ঘ) কোনো এটা নহয়
= ক
৭) Teenagers মানে –

ক) ১২-১৯ বছৰ
খ) ১৩-১৯ বছৰ
গ) ২০-২৫ বছৰ
ঘ) ৬-১৮ বছৰ
= খ
৮ ) শৈশৱকাল মানে-

ক) জন্মৰ পৰা ৫ বছৰলৈ
খ) ৫ বছৰৰ পৰা ১২ বছৰলৈ
গ) ১২ বছৰৰ পৰা ১৫ বছৰলৈ
ঘ) ১৫ বছৰৰ পৰা ২০ বছৰলৈ
= ক
৯) তলৰ কোনটো শৈশৱকালৰ বৈশিষ্ট নহয় ?

ক) কৌতুহলতা
খ) মৰিমি. আকলুৱা
গ) অনুকৰণপ্রিয়তা
গ) সামাজিক বিকাশ
= ঘ
১০) প্রশ্ন সোধাৰ বয়স বুলিলে আমি বুজো-

ক) শৈশৱকাল
খ) বাল্যকাল
গ) যৌৱনকাল
ঘ) প্রাপ্তবয়স্ক কাল
= ক

১১) ভাষাৰ বিকাশত উপযুক্ত কাল হৈছে –

ক) বাল্যকাল
খ) শৈশৱকাল
গ) যৌৱনকাল
ঘ) প্রাপ্তবয়স্ক কাল
=  
১২) মনোবিজ্ঞানী স্মিথ আৰু টাৰমেনৰ মতে এটা দুবছৰীয়া শিশুৱে ক’ব পৰা শব্দৰ সংখ্যা হৈছে-

ক) ১০০ টা
খ) ২৭২ টা
গ) ৫০০ টা
ঘ) ৭০০ টা
= খ
১৩)  এটা শিশুৱে সাধাৰণতে একেলেথাৰিয়ে কোনো বস্তুৰ ওপৰত নজৰ দিব পৰা সময় হৈছে-

ক) ৪ বা ৫ ছেকেণ্ড
খ) ১০ বা ২০ ছেকেণ্ড
গ) ১৫ বা ৩০ ছেকেণ্ড
ঘ) ৪৫ মিনিট
= ক

১৪) তলৰ কোনটো শিশুৰ মানসিক বিকাশৰ বৈশিষ্ট নহয় ?

ক)সর্বপ্রাণবাদিতা
খ) স্বার্থপৰতা
গ) আত্মকেন্দ্রিকতা
ঘ) হিংসা প্রবণতা
= ঘ
১৫) যৌন প্রবৃত্তি সক্রিয় হয় –

ক) শৈশৱ কালত
খ) বাল্যকালত
গ) যৌৱনকালত
ঘ) প্রাপ্তবয়স্ক কালত
= খ
১৬) সৰু অবস্থাত শিশুৱে নিজৰ দেহৰ অংগ-প্রত্যংগ চুই সুখ অনুভব কৰে । এই আচৰণটোক বোলা হয়-

ক) স্বৰতিমুলক আচৰণ
খ) প্রমাচৰণ
গ) যৌনভংগী
ঘ) এটাও নহয়
= ক
১৭) সাধাৰণতে প্রাক-প্রাথমিক শিক্ষানুষ্ঠানত নামভর্ত্তিৰ বয়স হৈছে-

ক) আঢ়ৈৰ পৰা তিনিবছৰৰ ভিতৰত
খ) ছয় বছৰৰ পৰা আঠ বছৰৰ ভিতৰত
গ) এক বছৰৰ ভিতৰত
ঘ) এটাও নহয়
= ক
১৮) মণ্টেশ্বৰী বিদ্যালয়ৰ এটি প্রধান বৈশিষ্ট হৈছে-

ক) শৈক্ষিক সা-সঁজুলিৰ সহায়ত শিশুৰ ইন্দ্রিয়সমুহৰ শিক্ষা
খ) ইটালীয় শিক্ষা
গ) কেৱল শাৰীৰিক শিক্ষা
ঘ) ঘৰুৱা শিক্ষা
= ক
১৯) কিণ্ডাৰগার্টেন বিদ্যালয় প্রথম স্থাপিত হৈছিল-

ক) জার্মানীৰ ব্লকেনবার্গত
খ) ইটালীত
গ) ৰোমত
ঘ) চীনত
= ক
২০) নার্চাৰী স্কুলৰ প্রতিষ্ঠাপক আছিল –

ক) মার্গাৰেট মেকমিলান আৰু তেওঁৰ ভগ্নী
খ) মেডাম মাৰিয়া
গ) ফ্রবেল
ঘ) এটাও নহয়
= ক
২১) বুনিয়াদী শিক্ষাৰ প্রবর্তক-

ক) মহাত্মা গান্ধী
খ) গোপীনাথ বৰদলৈ
গ) সৰোজনী নাইডু
ঘ) ইন্দিৰা গান্ধী
= ক
২২) বালৱাড়ী শিক্ষাৰ বিদ্যালয় স্থাপনৰ বাবে পৰামর্শ আগবঢ়াইছিল-

ক) কোঠাৰী আয়োগে
খ) ৰাধাকৃষ্ণণ আয়োগে
গ) মার্গাৰেট মেকমিলানে
ঘ) এটাও নহয়
= ক
২৩) তলৰ কোণটো প্রাক-প্রাথমিক স্তৰৰ শিক্ষাৰ লক্ষ্য নহয় ?

ক) সু অভ্যাস গঠন
খ) সৌন্দর্যবোধৰ বিকাশ
গ) শাৰীৰিক বিকাশ
ঘ) পৰিয়াল পৰিচালনাৰ শিক্ষা
= ঘ
২৪) প্রাক-প্রাথমিক স্তৰৰ শিক্ষাত তলৰ কোনটো বিষয়ত কম গুৰুত্ব দিয়া হয় ?

ক) বৌদ্ধিক বিকাশ
খ) সু অভ্যাস গঠন
গ) ভাষাৰ বিকাশ
ঘ) অংগ-প্রত্যংগৰ সমন্বয় সাধন
= ক
২৫) শিশুৰ প্রতিভা বিকাশৰ বাবে তলৰ কোনটো প্রক্রিয়া ফলপ্রসু বুলিব পাৰি ?

ক) অভিনয় কৰা
খ) চিত্রাংকন
গ) মাটিৰ মডেল সজা
ঘ) ব্যায়াম
= ঘ

২৬) মণ্টেশ্বৰী পদ্ধতিত তলৰ কোনবিধক আত্মনির্দেশনমুলক সজুঁলি বুলি ধৰা নহয় ?

ক) বিভিন্ন ৰঙৰ বস্তু
খ) কাঠৰ টুকুৰা
গ) গোলক
ঘ) কটাৰী
= ঘ
২৭) তলৰ কোনটো প্রাক-প্রাথমিক শিক্ষাৰ পদ্ধতি নহয় ?

ক) মণ্টেশ্বৰী পদ্ধতি
খ) কিণ্ডাৰগার্টেন পদ্ধতি
গ) প্রকল্প পদ্ধতি
ঘ)  বক্তৃতা পদ্ধতি
= ঘ
২৮) উত্তৰ বাল্যকাল মানে-

ক) ৮-১২ বছৰ
খ) ৫-৭ বছৰ
গ) ১৪-১৬ বছৰ
ঘ) ১৩-১৫ বছৰ
= ক
২৯) আমাৰ দেশত প্রাথমিক শিক্ষা আৰম্ভ হয় –

ক) ৬ বছৰত
খ) ৮ বছৰত
গ) ১৪ বছৰত
ঘ) ০-৫ বছৰত
= ক
৩০) তলৰ কোনটো শিশুৰ সামাজিক বিকাশৰ বৈশিষ্ট নহয় ?

ক) খেলাৰ প্রবণতা
খ) দলানুগত্য
গ) সমকামিতা
ঘ) কল্পনা শক্তিৰ বিকাশ
= ঘ
৩১) দল বন্ধাৰ বয়স বুলিলে বুজো –

ক) বাল্যকাল
খ) শৈশৱকাল
গ) যৌৱনকাল
ঘ) এটাও নহয়
= ক
৩২) সংবিধানে কিমান বয়সৰ ল’ৰা-ছোৱালীক বিনামুলীয়া, বাধ্যতামুলক শিক্ষাৰ ব্যবস্থা কৰিছে ?

ক) ৬-১৪ বছৰ
খ) ৬-২০ বছৰ
গ) ৫-১২ বছৰ
ঘ) ৬-১৮ বছৰ
= ক
৩৩) 3R’s মানে –

ক) পঠন, লিখন, গণিতৰ জ্ঞান
খ) পঠন, পঢ়ন, লিখন
গ) লিখন , হৰণ, পূৰণ
ঘ) হৰণ, পূৰণ, শিকন
= ক
৩৪) Adolescence শব্দটোৰ উৎস হৈছে-

ক) ফৰাচী ভাষা
খ) গ্রীক ভাষা
গ) জার্মান ভাষা
ঘ) তামিল ভাষা
= গ
৩৫) বয়ঃসন্ধি কালৰ কোনটো বৈশিষ্ট নহয় ?

ক) যৌন চেতনা
খ) বীৰ পুজা
গ) আত্মসন্মানবোধ
ঘ) সমাজ সংশোধন
= ঘ
৩৬) তলৰ কোনটো কৈশোৰকালৰ অপৰাধ প্রবণতাৰ প্রধান কাৰণ নহয় ?

ক) পৰিয়ালত অসুস্থ পৰিবেশ
খ) পিতৃ-মাতৃৰ অৱহেলা
গ) কু-সংগ
ঘ) অশিক্ষিত পিতৃ-মাতৃ
=ঘ
৩৭) কৈশোৰ কালত কোনটো কাৰকে আবেগিকভাবে চঞ্চল কৰি তোলে ?

ক) ভালপোৱা
খ) ঈর্ষা
গ) লাজ
ঘ) আর্থিক দৈন্যতা
= ঘ
৩৮) তলৰ কোনটো কিশোৰৰ চাহিদাত নপৰে ?

ক) যৌন তৃপ্তিৰ প্রয়োজন
খ) নতুন জ্ঞানৰ প্রয়োজন
গ) অর্হতা অর্জনৰ প্রয়োজন
ঘ) বিবাহৰ প্রয়োজন
= ঘ
৩৯) তলৰ কোনটো মুক্ত শিক্ষাৰ প্রধান উদেশ্য নহয় ?

ক) নিৰক্ষৰতা দুৰ কৰা
খ) সকলোৰে বাবে শিক্ষা আহৰণৰ সম-সুবিধা
গ) মানব সম্পদৰ অপচয় ৰোধ কৰা
ঘ) সবল ৰাজনীতিবিদ হোৱা
= ঘ
৪০) ভাৰতৰ প্রথম মুক্ত বিশ্ববিদ্যালয় হৈছে –

ক) দিল্লী বিশ্ববিদ্যালয়
খ) অন্ধ্রপ্রদেশ বিশ্ববিদ্যালয়
গ) গুৱাহাটী বিশ্ববিদ্যালয়
ঘ) ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়
= খ
৪১) ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় স্থাপন হৈছিল –

ক) ১৯৮৫ চনত
খ) ২০০০ নত
গ) ২০১০ চনত
ঘ) ১৯৫০ চনত
= ক
৪২) IGNOU ৰ প্রতিষ্ঠাপক উপাচার্য আছিল-

ক) এম.কে.ৰেড্ডী
খ) জি. ৰাম ৰেড্ডী
গ) এন ৰেড্ডী
ঘ) কে ৰেড্ডী
= খ
৪৩) তলৰ কোনটো দুৰালাপ শৈক্ষিক মূল্যৰ ভিতৰুৱা নহয় ?

ক) ৰসাল আৰু অর্থপুর্ণ শিক্ষা
খ) কম ব্যয়বহুল
গ) যথেষ্ট নমনীয়তা
ঘ) গতিশীলতাৰ অভাব
= ঘ
৪৪) ৰাষ্ট্রীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদ (NCERT) গঠন হৈছিল-

ক) ১৯৬১ চনত
খ) ১৯৬৭ চনত
গ) ১৯৫০ চনত
ঘ) ১৯৪৭ চনত
= ক
৪৫) ৰাষ্ট্রীয় শৈক্ষিক গৱেষনা আৰু প্রশিক্ষণ পৰিষদৰ কোনটো লক্ষ্য নহয় ?

ক) শিক্ষক প্রশিক্ষণ
খ) বিদ্যালয়ৰ পাঠ্যপুথি প্রণয়ন
গ) পৰীক্ষাৰ মুল্যায়ন ব্যবস্থাৰ সংস্কাৰ কৰা
ঘ)  কৃষকৰ সমস্যা সমাধান কৰা
= ঘ
৪৬) ৰাষ্ট্রীয় শিক্ষক শিক্ষা পৰিষদ গঠন হৈছিল-

ক) ১৯৬৫ চনত
খ) ১৯৬০ চনত
গ) ১৯৭৩ চনত
ঘ) ১৯৯৬ চনত
= গ
৪৭)  ৰাষ্ট্রীয় শিক্ষক শিক্ষা পৰিষদৰ কোনটো কার্য নহয় ?

ক) শক্ষক প্রশিক্ষণ
খ) শিক্ষক প্রশিক্ষণৰ অনুষ্ঠানৰ অর্হতা নির্ধাৰণ
গ) শিক্ষকৰ অর্হতা নির্ধাৰণ
ঘ) শিক্ষক বদলিকৰণ
= ঘ

৪৮) ৰাষ্ট্রীয় শিক্ষক শিক্ষা পৰিষদৰ প্রধান কার্যালয় আছে –

ক) ভূবনেশ্বৰত
খ) নতুন দিল্লীত
গ) ভূপালত
ঘ) জয়পুৰত
= খ
৪৯) ৰাষ্ট্রীয় শিক্ষক শিক্ষা পৰিষদত অধ্যক্ষতা কৰে –

ক) কেন্দ্রীয় মানব সম্পদ মন্ত্রীয়ে
খ) প্রধানমন্ত্রী
গ) উপ-ৰাষ্ট্রপতি
ঘ) এটাও নহয়
= ক
৫০) NCERT ৰ আর্হিত প্রত্যেক ৰাজ্যতে গঢ় লৈ উঠা এটা শৈক্ষিক অনুষ্ঠান হৈছে-

ক) SCERT
খ) DIET
গ) NET
ঘ) SLET
=
Download the questions and answers in PDF format

Leave a Comment

error: Warning, you aare not allowed to copy this element