Current Affairs Archive

Latest Posts

আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্প আৰু প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ মাজত টেলিফোনিক বার্তালাপ

আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্প আৰু প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ মাজত টেলিফোনিক বার্তালাপ আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক G-7 আলোচনালৈ তেওঁলোকৰ  ৪০ মিনিট ধৰি চলা টেলিফোনিক বার্তালাপত আমন্ত্রণ জনায়। তেওঁলোকে মুখ্যত এই আলোচনাত ভাৰত-চীনৰ মাজত শেহতীয়াকৈ সীমান্ত অঞ্চলত সৃষ্টি হোৱা পৰিস্থিতি

ৰোহিত শর্মাৰ নাম বি চি চি আই এ ৰাজীব গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰিছে

ভাৰতীয় ক্রিকেট দলৰ সহঃঅধিনায়ক ৰোহিত শর্মাৰ নাম বি চি চি আই এ ৰাজীব গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰিছে। একে সময়তে শিখৰ ধাৱান, দিপ্তী শর্মা আৰু ঈশান্ত শর্মাৰ নামো অর্জুন বঁটাৰ বাবে মনোনীত কৰিছে। ২০২০ বর্ষৰ বাবে সন্মানীয় ৰাজীৱ গান্ধী

Daily Current Affairs Assam: 31-05-2020

৩১-০৫-২০২০: আজিৰ কাৰেন্ট এফেয়ার্চ শিতানত আমি উইপ্র, ৰোজগাৰ সেতু, হার্বেল পথ প্রজেক্ট, অগ্নিপৰীক্ষা মিছাইল এই বিষয় সমূহ সামৰি লৈছো। Assam Study Centre ৰ কাৰেন্ট এফেয়ার্চ শিতানৰ যোগেদি প্রতিযোগিতামূলক পৰীক্ষত প্রস্তুতি হ’ব পৰাকৈ দৈনিক গুৰুত্বপূর্ণ বিষয়সমূহ সামৰি বিভিন্ন খবৰ আৰু কুইজ আকাৰত

আমেৰিকা আৰু চীনৰ মাজৰ সম্পর্কত ফাটঃ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা সমর্থন প্রত্যাহাৰ কৰিলে আমেৰিকাই

বিশ্ব স্বাস্থ্য সংস্থাক কেন্দ্র কৰি আমেৰিকা আৰু চীনৰ মাজৰ সম্পর্কত ফাট মেলা পৰিলক্ষিত হৈছে।  আমেৰিকা যুক্তৰাষ্ট্রই বিশ্ব স্বাস্থ্য সংস্থাৰ লগত তেওঁলোকৰ সকলোধৰণৰ সম্পর্ক ২৯ মে  ২০২০ তাৰিখে বাতিল কৰিছে। আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে এই বিষয়ে সবিশেষ ঘোষণা কৰে।  কি কয় ট্রাম্পে

জে. কে. ৰাউলিঙৰ The Ickbog ক’ত পাব ?

জে. কে. ৰাউলিঙে তেওঁৰ নতুন শিশু গ্রন্থ “The Ickbog” ৰ প্রথম ৮ টা অধ্যায় পঢ়ুৱৈৰ বাবে অনলাইনত মুকলি কৰি দিছে । এই অধ্যায়কেইটা সম্পূর্ণ বিনামূলীয়াকৈ পঢ়ুৱৈসকলে পঢ়িব পাৰিব । উল্লেখযোগ্য যে হেৰী পটাৰ চিৰিজৰ সৃষ্টিকর্তা ৰাউলিঙে এই বিষয়ে আজি তেওঁৰ ৱেবচাইটত

ভাৰতৰ ভিতৰতে প্রথম “ৰাজ্যিক স্বাস্থ্য পঞ্জীয়ণ” কোনে আৰম্ভ কৰিবলৈ লৈছে ?

কর্ণাটকে দেশৰ ভিতৰতে সর্বপ্রথম “ৰাজ্যিক স্বাস্থ্য পঞ্জীয়ণ” আৰম্ভ কৰিবলৈ আগবাঢ়িছে। এই ৰেজিষ্টাৰত ৰাজ্যখনৰ সকলো নাগৰিকক সামৰি লোৱা হ’ব। এক উন্নতমানৰ স্বাস্থ্যৰ সুবিধা প্রদান কৰিবৰ বাবে কর্ণাটক চৰকাৰে এই ব্যবস্থা গ্রহণ কৰিছে। ২৭ মে’ত কর্ণাটক চৰকাৰে ঘোষনা কৰিছে যে ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ

বিভিন্ন দেশৰ বিধানমণ্ডলৰ নাম

অষ্ট্রেলিয়াৰ বিধানমণ্ডলৰ নাম ? ফেডাৰেল পার্লামেন্ট অষ্ট্রিয়াৰ বিধানমণ্ডলৰ নাম ? নেটিঅৰ এছেমব্লি   আলবেনিয়াৰ বিধানমণ্ডলৰ নাম ? পিপলছ এছেমব্লি   আফগানিস্তানৰ বিধানমণ্ডলৰ নাম ?  হাল-অ-আকাড আলবেনিয়াৰ বিধানমণ্ডলৰ নাম ? পিপলছ এছেমব্লি   আলজেৰিয়াৰ বিধানমণ্ডলৰ নাম ? নেচনেল পিপলছ এছেমব্লি আর্জেন্টিনাৰ বিধানমণ্ডলৰ নাম ? নেচনেল

জে কে ৰাউলিংৰ নতুন শিশু কিতাপ

  ২০২০ চনৰ ২৬ মে তাৰিখে বৃটিচ লিখক জে কে ৰাউলিংএ তেওঁৰ নতুন শিশু কিতাপ ‘The Lckabog’ ৰ প্রথম দুটা অধ্যায় প্রকাশ কৰে। এই কাহিনীটো প্রথমবাৰৰ বাবে Lckabog নামৰ এটা ৱেবচাইটত প্রকাশ হৈছিল। তেতিয়া এই কাহিনীটো পঢ়ুৱৈসকলে বিনামূলীয়াকৈ পঢ়িবলৈ পাইছিল। উল্লেখযোগ্য

মিজোৰাম চৰকাৰৰ নতুন উদ্যোগিক নীতি

উত্তৰ পূর্বাঞ্চলৰ ভিতৰতে মিজোৰামে কি নতুন নীতি গ্রহণ কৰিছে ? মিজোৰামৰ ৰাজ্যিক চৰকাৰে খেলক তেওঁলোকৰ ৰাজ্যৰ উদ্যোগিক মর্যাদা প্রদান কৰিছে। এই মর্যাদা চৰকাৰখনে ক্রীড়াৰ ক্ষেত্রখনত বিনিয়োগ বৃদ্ধিৰ বাবে গ্রহণ কৰিছে । মূল বিষয়ঃ অলপতে মিজোৰামৰ চৰকাৰে এক উদ্যোগিক নীতি প্রস্তুত কৰিছে

পি.পি.ই. কিটৰ ক্ষেত্রত ভাৰতে কি কৰিলে ? কেন্দ্রীয় বস্ত্র মন্ত্রাণলায়ৰ এইক্ষেত্রত কি মন্তব্য

পার্ছনেল প্রটেকটিভ ইকুইপমেণ্ট, চমুকৈ পি.পি.ই. উৎপাদনত আজিৰ তাৰিখত ভাৰতে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে। চীন হৈছে এইক্ষেত্রত সর্ববৃহৎ উৎপাদনশীল দেশ। কেন্দ্রীয় বস্ত্র মন্ত্রালায়ে পি পি ই উৎপাদনত গুণগত মানদণ্ড বর্তাই ৰাখিবৰ বাবে বহুতো গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে। কভিড-১৯ এ সংহাৰী
error: