Join Assam Study Centre Channel

Assam DHS Exam- Download Admit Card

Assam DHS Exam- Download Admit Card. DHS অসমে অসম চৰকাৰৰ অধীনত ২৭২০ টা তৃতীয় আৰু চতুর্থ শ্রেণীৰ পদ পুৰণৰ বাবে লিখিত পৰীক্ষাৰ এডমিট কার্ড মুকলি কৰি দিছে

DHS Exam Details

পদৰ নাম   – তৃতীয় আৰু চতুর্থ শ্রেণী

সর্বমূঠ পদৰ সংখ্যাঃ  ২৭২০ টা

নিয়োগকাৰী সংস্থাঃ স্বাস্থ্য সঞ্চালকালয়, অসম

আৱেদনৰ অন্তিম তাৰিখ – ৮ ৰ পৰা ২৮ ফেব্রুৱাৰী, ২০২২

পৰীক্ষাৰ ধৰণ- লিখিত পৰীক্ষা, অফলাইন

পৰীক্ষাৰ তাৰিখ- ১৯ জুন, ২০২২

এডমিট কার্ড- মুকলি কৰি দিয়া হৈছে

About DHS Exam Admit Card

অসম চৰকাৰে যি ১ লাখ চাকৰি প্রদান কৰাৰ কথা ঘোষণা কৰিছিল, তাৰ লগত সংগতি ৰাখি DHS, DHSFW, DME আৰু AYUSH বিভাগে ৩৯৪৫ টা তৃতীয় আৰু চতুর্থ শ্রেণী পদ পুৰণৰ বাবে এডমিট কার্ড মুকলি কৰি দিছে। ইয়াৰ বাবে ইতিমধ্যে এক Combined Application Portal খোলা হৈছিল আৰু এই পর্টেলৰ যোগেদি ৰাজ্যৰ যুৱক-যুৱতী সকলে ২৮ ফেব্রুৱাৰীৰ ভিতৰত আৱেদন কৰিছিল। এই আৱেদনৰ ওপৰত ভিত্তি কৰি সঞ্চলকালয়ে বর্তমান চতুর্থ শ্রেণী পদৰ পৰীক্ষাৰ বাবে এডমিট কার্ড মুকলি কৰি দিছে। যিসকল যোগ্য প্রার্থীয়ে নিদিষ্ট সময়ৰ ভিতৰত আৱেদন কৰিছিল, তেওঁলোকে নিজৰ এডমিট কার্ড ডাউনলোড কৰিব পাৰিব।

Download DHS Admit Card

এডমিট কার্ড ডাউনলোড কৰিবৰ বাবেীজন প্রার্থীয়ে ষ্টেপ বাই ষ্টেপ পদক্ষেপ সমূহ তলত দিয়া ধৰণে কৰিব লাগিব।

১) সঞ্চালকালয়ৰ ৱেবচাইটত যাওক

২)ৱেবচাইটৰ অলপ তললৈ important link বুলি লিখা থাকিব

৩) তাত থকা DHS Assam Admit Card লিংকত ক্লিক কৰক

৪) লগে লগে এটা নতুন পেজ খোল খাব

৫) নতুন পেজটোত এখন লগ ইন ফর্ম দেখা পাব

৬) লগ ইন ফর্মখনত আপোনাৰ Application Number আৰু পাছৱর্ড দিয়ক

৭) লগে লগে আপোনাৰ লগ ইন হ’ব

৮) এতিয়া Download Admit Card বুলি দেখা পাব

৯) এডমিট কার্ড ডাউনলোড কৰক

১০) ডাউনলোড কৰাৰ পাছত চেভ কৰি এটা প্রিণ্ট আউট লওক

DHS Admit Card 2022 Important Links

Assam DHS Exam- Download Admit Card . DHS পৰীক্ষাৰ বাবে গুৰুত্বপূর্ণ লিংক বিলাক আপুনি চেক কৰি চাব পাৰে

অফিচিয়েল ৱেবচাইটক্লিক কৰক
DHS এডমিট কার্ড (চতুর্থ শ্রেণী)ক্লিক কৰক
DHS পৰীক্ষাৰ Exam Centre (চতুর্থ শ্রেণী)ক্লিক কৰক
DHS এডমিট কার্ড (তৃতীয় শ্রেণী, Non-Tech)ক্লিক কৰক
DHS এডমিট কার্ড (তৃতীয় শ্রেণী, Tech)ক্লিক কৰক
পাছৱর্ড পাহৰিলেক্লিক কৰক
বিজ্ঞাপনক্লিক কৰক

DHS Exam ৰ Syllabus

ঘোষণা অনুসৰি, DHS পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ ধৰণ তলত দিয়া ধৰণে হ’ব-

পৰীক্ষাৰ ধৰণ- লিখিত

প্রশ্নৰ ধৰণ- Multiple Choice

সর্বমুঠ প্রশ্ন- ৫০ টা

সর্বমুঠ নম্বৰ – ১০০

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

পৰীক্ষাৰ সময় – ১ ঘণ্টা ৩০ মিনিট

বিষয়- সাধাৰণ জ্ঞান, ইংৰাজী, বিজ্ঞান, অংক (অষ্টম শ্রেণী মানবিশিষ্ট)

পৰীক্ষাত কোনো নিগেটিভ নম্বৰ নাথাকিব। এই বিষয় সমূহ অধ্যয়ন কৰিবৰ বাবে আমাৰ ৱেবচাইট চাব পাৰে।

[sp_easyaccordion id=”7447″]

Leave a Comment

error: Warning, you aare not allowed to copy this element